মুষলধাৰ বৃষ্টিৰ আশাত খেতিয়ক ডুবি মৰে
এয়া ২০ বছৰ আগতে দা হিন্দুত প্ৰকাশিত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ প্ৰতিবেদন। এতিয়া ইমান বছৰ পিছত আকৌ এবাৰ মাটিৰ তলৰ পানীৰ উৎস বিচাৰি উলিওৱা জল-দৈৱজ্ঞৰ আবিৰ্ভাৱ আৰু দঁ নাদ খন্দা সঁজুলিবোৰ অঞ্চলটোত আকৌ এবাৰ চকুত পৰাত সেই প্ৰতিবেদন পুনৰ্বাৰ প্ৰাসংগিক হৈ পৰিছে
৭ জুলাই, ২০২ ৪ | পি. সাইনাথ
খেতিয়কৰ বুকুত ৰৈ যাব এম.এছ. স্বামীনাথনৰ নাম
ড. এম. এছ. স্বামীনাথন (১৯২৫-২৯২৩) আছিল ভাৰতৰ আগৰণুৱা কৃষিবিজ্ঞানী। কৃষি-গৱেষণা, নীতি আৰু পৰিকল্পনাৰ ক্ষেত্রত তেওঁৰ ভূমিকা আছিল অনবদ্য; কেৱল উৎপাদন বৃদ্ধিৰ ওপৰতে গুৰুত্ব নিদি কৃষকৰ আয় বৃদ্ধিৰ ফালৰ পৰা কৃষিখণ্ডৰ অগ্ৰগতিৰ দৃষ্টিভংগীৰ কথা তেওঁ কৈছিল
৩ অক্টোবৰ, ২০২৩ | পি. সাইনাথ
পুৰুলিয়াত স্বৰাজ আৰু চেনেহৰ গীত
ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গাঁৱে গাঁৱে মাদল বজাই ফুৰা বাৰ্তাবাহকৰ বিদ্ৰোহী কণ্ঠ যেতিয়া ভাঁহি আহিছিল, প্ৰচলিত লোকসংগীতৰ সুৰে তাত ভৰ কৰি তাক এক নতুন অৰ্থ দিছিল
১৭ আগষ্ট, ২০২৩ | পি. সাইনাথ
‘গান্ধী-আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’
পোন্ধৰ আগষ্টৰ দিনা পাৰিয়ে আপোনালোকলৈ আগবঢ়াইছে শোভাৰাম গেহেৰৱাৰৰ কাহিনী, যিগৰাকী মুক্তিযুঁজাৰুৱে ব্ৰিটিছৰ গুলি খাইছিল আৰু স্বাধীনতা আন্দোলনত আহত হৈছিল। নিজকে গান্ধীবাদী বুলি কোৱা ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ শোভাৰামৰ বয়স এতিয়া ৯৮ বছৰ। তেওঁ আম্বেদকাৰৰ এজন আপোচবিহীন প্ৰশংসক আৰু আত্মগোপনকাৰী বিদ্ৰোহী গোটৰ এজন সদস্য। ২০২২ত পেংগুইনে প্ৰকাশ কৰা পি. সাইনাথৰ ‘দা লাষ্ট হিৰ’জ, ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়াজ ফ্ৰীডম’ৰ এয়া এক উদ্ধৃত অংশ
১৫ আগষ্ট, ২০২৩ | পি. সাইনাথ
উপহাৰৰ টোপোলাধাৰী ঠিকাদাৰৰ পৰা সাৱধান
ঝাৰখণ্ডৰ গুমলা জিলাৰ তেঁতৰা গাঁৱৰ টেৰেছা লাক্ৰাই এতিয়া শিকিলে, কেনেকৈ সৰু গাওঁ পঞ্চায়ত এখনৰ সচিবে প্ৰভাৱশালী মহলৰ বিৰুদ্ধে গ’লে কি অৱস্থা হয়
১০ জুলাই, ২০২৩ | পি. সাইনাথ
বৃষ্টিকাতৰ বিদৰ্ভত তুষাৰ আৰু জলোদ্যান
এই ষ্ট’ৰিটোৰ সাৰাংশ একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত বহুবছৰ ধৰি অন্তৰ্ভুক্ত হৈ আছিল, কিন্তু এন.চি.ই.আৰ.টি. পাঠ্যক্ৰমৰ পৰা শেহতীয়াভাবে ‘যুক্তিযুক্ততা’ৰ নামত একপ্ৰকাৰে সমাজৰ জীয়া ছবিখন মোহাৰি পেলোৱাৰ এক পদক্ষেপত এই সাৰাংশ আঁতৰাই পেলোৱা হৈছে। আচৰিত ধৰণে বাস্তুৱত কেৱল ফান এণ্ড ফুড ভিলেজ এতিয়াও আছে
১১ এপ্ৰিল, ২০২৩ | পি. সাইনাথ
থেলু মাহাতোৱে খন্দা কুৱাঁটো
ক্ষীপ্ৰতাৰে অন্তৰ্ধান হৈ অহা ভাৰতৰ স্বাধীনতাৰ হকে যুঁজ দিয়া প্ৰজন্মৰ শেষ মানুহখিনিৰ এজনে যোৱা সন্ধিয়া অৰ্থাৎ ২০২৩ চনৰ ৬ এপ্ৰিলত পশ্চিম বংগৰ পুৰুলিয়া জিলাৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে
১০ এপ্ৰিল, ২০২৩ | পি. সাইনাথ
বৈচিত্ৰতাৰ মাজত ঐক্য, বাৰেৰহনীয়া ৰূপ আমাৰ আনন্দৰ উৎস
ভাষাৰ মাজেদি, ভাষাৰ সীমা পাৰ হৈ যিখন বিবিধ জগতত আমি বাস কৰো, পাৰি অনুবাদকসকলে আজি সেইখন জগততে ভ্ৰমি বিশ্ব অনুবাদ দিৱস উদযাপন কৰিছে
৩০ ছেপ্টেম্বৰ, ২০২২ | পি. সাইনাথ
এটা বিপ্লৱক লালন-পালন কৰা ভৱানী মাহাতো
এশ এক কি চাৰি বছৰমান বয়সৰ ভৱানী মাহাতোয়ে স্বাধীনতা সংগ্ৰামত তেওঁৰ কোনো ভূমিকা নাই বুলিয়েই আমাক কৈছিল। কিন্তু পশ্চিমবংগৰ পুৰুলিয়া জিলাত আমি তেওঁৰ সৈতে কথা পাতি এক সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পালো আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ বলিদানৰ কথা জানি আশ্চৰ্য্যচকিত হৈ পৰিলো
১৮ এপ্ৰিল, ২০২২ | পি. সাইনাথ
তুফান আৰু নাহে: কেপ্টেইন ভাউৰ সৈতে এটা যুগৰ অৱসান
'আমি দুই লক্ষ্য আগত লৈ যুঁজিছিলো, স্বাধীনতা আৰু স্বতন্ত্ৰতা – স্বাধীনতা আমি পালো'
১৭ ফেব্ৰুৱাৰী, ২০২২ | পি. সাইনাথ
দেশভক্তিমূলক বিৰোধাভাসঃ দেশী বনাম বিলাতী সুৰা
মধ্য প্ৰদেশত ভাৰতত নিৰ্মিত বিদেশী সুৰা (আইএমএফএল)ৰ ‘সেৱন’ ২৩ শতাংশ বৃদ্ধি পোৱাৰ চৰকাৰী ঘোষণা শুনি যোৱাটো দশকত, ১৯৯৪ৰ সুৰগুজা জিলাৰ সেই কাহিনী মনত পৰিল
৩ জানুৱাৰী, ২০২২ | পি. সাইনাথ
ভাৰতৰ মুখ্য ন্যায়াধীশলৈ এখন মুকলি চিঠি
ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশগৰাকীয়ে ঠিকেই কৈছে যে ভাৰতত অনুসন্ধানমূলক সাংবাদিকতা নাইকিয়া হৈ আহিছে। কিন্তু স্বাধীন ভাৰতৰ ইতিহাসত যে প্ৰথমবাৰৰ বাবে সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ সূচাংক একেবাৰে তললৈ অৱনমিত হৈছে, সেই কথা বাৰু ন্যায়পালিকাই মন কৰাটো উচিত নহয়নে?
২৩ ডিচেম্বৰ, ২০২১ | পি. সাইনাথ
বহু দিশত কৃষকৰ জয়, মিডিয়াৰ সৰ্বত্ৰে পৰাজয়
তিনি কৃষি আইন বাতিল হোৱাৰ কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে কিছুসংখ্যক কৃষকক ‘পতিয়ন নিওৱাত’ অপাৰগ হোৱাটো নহয়, কম ধতুৱা সংবাদমাধ্যমৰ কত কূট ৰটনাৰ মাজতো ৰ’দ-বৰষুণ-বাধা নেওচি অলৰ-অচৰ হৈ থিয় দিয়া কৃষকৰ ওচৰত চৰকাৰে সেও মনা কাৰণেহে এয়া সম্ভৱ হৈছে
২০ নৱেম্বৰ, ২০২১ | পি. সাইনাথ
চিকাপাৰত উন্নয়নৰ নামত ঘনে ঘনে উছন এখন গাওঁ
স্থলসেনা, বায়ুসেনা আৰু নৌসেনা – কাৰ লগত যে এই ওড়িশাৰ ক’ৰাপুটৰ এই চিকাপাৰ নামে সৰু গাওঁখনৰ সংঘৰ্ষ হোৱা নাই, প্ৰতিবাৰেই তেওঁলোক হাৰিছে যদিও এনেকুৱা গাওঁ দ্বিতীয়খন নাই
১৮ নৱেম্বৰ, ২০২১ | পি. সাইনাথ
নহকুল পাণ্ড’ৰ চৰকাৰী ঋণৰ চিলিং
নব্বৈৰ দশকত দৰিদ্ৰতা দূৰীকৰণৰ বাবে বিভিন্ন ধৰণৰ আঁচনি উলিওৱা হ’ল, জধে-মধে ৰূপায়ণো কৰা হ’ল। নিজৰ ঘৰৰ চালিখনো হেৰুওৱা চত্তীশগড়ৰ সুৰগুজা জিলাৰ নহকুল পাণ্ড’ৰে কিখন নগুৰ-নাগতি হৈছে চাওকচোন
৩ নৱেম্বৰ, ২০২১ | পি. সাইনাথ
উত্তাল সাগৰত জীৱনৰ শংকা, নগণ্য মজুৰি
‘আনক ধনী কৰিবলৈ’ তেজক পানী কৰি তামিলনাডুৰ ৰামনাদ জিলাৰ উপকূলৰ পৰা গভীৰ সাগৰলৈ মাছ ধৰিবলৈ দুই ৰাতিৰ বাবে যাত্ৰা কৰা মাছমৰীয়াৰ সৈতে
২৬ অক্টোবৰ, ২০২১ | পি. সাইনাথ
কিষাণজীৰ ঠেলাগাড়ীখন ধাক্কা দি উলিয়াবই লাগিব
মুৰাদাবাদৰ এইখনৰ দৰে সৰু সৰু ঠেলাগাড়ীত বেপাৰ কৰাজনৰ ঠেলাত ডাঙৰ বাহনে খুন্দা মাৰেই
৪ অক্টোবৰ, ২০২১ | পি. সাইনাথ
প্ৰতিটো ভাৰতীয় ভাষাই আপোনাৰ ভাষা
আজি ৩০ ছেপ্টেম্বৰ, বিশ্ব অনুবাদ দিৱস। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াই ১৩ টা ভাষাত লেখাবোৰ প্ৰকাশ কৰে, আন কোনো সাংবাদিকতাৰ ৱেবছাইটত ইমানকেইটা ভাষাত লেখা প্ৰকাশিত নহয়
৩০ ছেপ্টেম্বৰ, ২০২১ | পি. সাইনাথ
বীৰত্বৰ পৰা বুৰঞ্জীৰ সোণালী আখৰলৈ: হৌচাবাঈ পাটিল
জীৱনৰ অন্তিম ক্ষণলৈ ন্যায়ৰ হকে থিয় দিয়া হৌচাবাঈ পাটিল। ৯৫ বছৰ বয়সীয়া আত্মগোপনকাৰী বিপ্লৱী যিয়ে চাতাৰাত ১৯৪৩-৪৬ত বৃটিছ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিছিল
২৪ ছেপ্টেম্বৰ, ২০২১ | পি. সাইনাথ
মলকানগিৰিত হাটে-বজাৰে
ওড়িশাৰ আদিবাসীসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ গাঁৱৰ হাট-বজাৰৰ ওপৰতে নিৰ্ভৰ কৰে। কেতিয়াবা তেওঁলোকে তাকো ঢুকি নাপায়
১৯ আগষ্ট, ২০২১ | পি. সাইনাথ
আমাৰ স্বাধীনতাৰ বাবে ভগত সিং ঝুগ্গিয়াৰ সংগ্ৰাম
ভাৰতৰ অন্তিমকেইজন জীৱিত মুক্তিযুঁজাৰুৰ মাজৰ এজন, পাঞ্জাৱৰ হোশিয়াৰপুৰ জিলাৰ ভগত সিং ঝুগ্গিয়াই ব্ৰিটিছ সাম্ৰাজ্যৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিছিল। এতিয়া ৯৩ বছৰ বয়সতো তেওঁ কৃষক আৰু শ্ৰমিকৰ হকে যুঁজিবলৈ এৰা নাই
১৫ আগষ্ট, ২০২১ | পি. সাইনাথ
‘মোৰ যে এটা ইষ্টেৰিঅ’ আছে ছাৰ’
ক’ৰাপুটত ট্ৰাকৰ ষ্টিয়েৰিং ধৰা এইজন চালকৰ দৰে আন বহুতেই মালিকৰ অনুপস্থিতিত গ্ৰামাঞ্চলত এনেদৰে পাণ জপাদি মানুহ জাপি নিয়া ফ্ৰিলাঞ্চ কেব ড্ৰাইভাৰ হৈ পৰে
৫ আগষ্ট, ২০২১ | পি. সাইনাথ
পানীৰ বাবে ঝাবুৱাত জীৱনৰ চাৰ্কাচ
২১ জুলাই, ২০২১ | পি. সাইনাথ
উত্তৰ প্ৰদেশ পঞ্চায়তঃ ১,৬২১ শিক্ষকে প্ৰাণ হেৰুৱালে
কিয় উত্তৰ প্ৰদেশ চৰকাৰে এপ্ৰিল মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে, যাৰ ফলত উদ্ভৱ হোৱা সৰ্বনশীয়া পৰিস্থিতিয়ে এতিয়া অধিক ভয়ংকৰ ৰূপ লৈছে? পাৰিয়ে এই বিষয়ত শেহতীয়া তথ্য দাঙি ধৰিছে
১৮ মে’, ২০২১ | পি. সাইনাথ
দিনটোৰ খাটনি আৰু চাৰিঘণ্টাৰ টোপনি
পূব মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ শ শ মহিলাই সৰু চহৰবোৰৰ পৰা দিনটোৰ উপাৰ্জনৰ সন্ধানত ওলাই আহে, গাঁৱৰ পৰা চহৰলৈ এই যি দৈনিক প্ৰব্ৰজন, তাৰ ওপৰত গৱেষণাধৰ্মী চিন্তা-চৰ্চা খুবেই কম
১ মে’, ২০২১ | পি. সাইনাথ
তেওঁৰ মৃত্যুত আমি শোকাৰ্ত যদিও তেওঁৰ জীৱনটো এক উৎসৱ- গণপতি বাল যাদৱ (১৯২০-২০২১)
১০১ বৰ্ষীয় বয়োবৃদ্ধ লোকজন ভাৰতৰ অন্তিম জীৱিত স্বাধীনতা সংগ্ৰামীসকলৰ মাজৰ এজন আছিল। ১৯৪৩ৰ বিপ্লৱৰ সময়ত চাংলি জিলাৰ তুফান সেনানীৰ তেওঁ গোপন বাৰ্তাবাহক আছিল। জীৱনৰ শেষৰ মাহকেইটালৈকে তেওঁৰ যাতায়তৰ সাৰথি আছিল এখন চাইকেল
২০ এপ্ৰিল, ২০২১ | পি. সাইনাথ
ফ’ৰ্বছ, ভাৰত আৰু বিশ্ব মহামাৰীৰ যন্ত্ৰণাৰ সঁফুৰা
এবছৰত যেতিয়া মুঠ ঘৰুৱা উৎপাদন ৭.৭ শতাংশলৈ অৱনমিত হ’ল, প্ৰব্ৰজনৰ ‘ওলোটা’ সোঁত পৰিলক্ষিত হ’ল, যেতিয়া দিল্লী গেটত অপেক্ষাৰত কৃষকৰ কথালৈ কাৰো ভ্ৰূক্ষেপ নাই, তেনে সময়তে ভাৰতীয় ধনাঢ্যৰ সম্পত্তিয়ে অভিলেখ গঢ়িলে
১৬ এপ্ৰিল, ২০২১ | পি. সাইনাথ
আপুনি কি ভাবিছিল এয়া কেৱল কৃষকৰ আন্দোলন?
কেৱল কৃষকৰেই নহয়, ১৯৭৫-৭৭ৰ জৰুৰীকালীন অৱস্থাৰ পৰা এতিয়ালৈ যাৰ নজিৰ নাই, তেনে এটা পৰ্য্যায়ত নতুন কৃষি আইনকেইখনে সকলো নাগৰিকৰে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ খৰ্ব কৰিছে। সেয়ে দিল্লী গেটত কৃষকসকলৰ অধিকাৰৰ যুঁজখন আমাৰ সকলোৰে
১০ ডিচেম্বৰ, ২০২০ | পি. সাইনাথ
শংকৰীয়াঃ ন দশকজুৰি এজন বিপ্লৱী
আঙুলিৰ মুৰত লেখিবপৰা জীৱিত ভাৰতীয় মুক্তিযুঁজাৰুসকলৰ মাজৰ এজন হৈছে এন. শংকৰীয়া। চেন্নাইত পাৰিৰ সৈতে কথা পাতোতে তেওঁ ইংৰাজৰ বিৰুদ্ধে ৰাজহুৱাকৈ, কাৰাগাৰৰ পৰা আৰু আত্মগোপন কৰি যুঁজাৰ বিস্ময়কৰ কাহিনী কৈছে
১৫ জুলাই, ২০২০ | পি. সাইনাথ
ক’ভিড-১৯ৰ ক্ষেত্ৰত আমাৰ কৰণীয় কি?
সংকটৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে আগবঢ়োৱা ‘পেকেজ’ সংবেদনহীন আৰু উৱাদিহ নাইকিয়া ধৰণৰ
২৭ মাৰ্চ, ২০২০ | পি. সাইনাথ
খেৰৰ দ’মত চাইকেল, কাষত মানুহ
গ্ৰামীণ ভাৰতৰ ৰাস্তাত আপুনি অদ্ভুত কিছুমান দৃশ্য দেখিবলৈ পোৱাটো খাটাং