মুষলধাৰ বৃষ্টিৰ আশাত খেতিয়ক ডুবি মৰে
এয়া ২০ বছৰ আগতে দা হিন্দুত প্ৰকাশিত অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰৰ প্ৰতিবেদন। এতিয়া ইমান বছৰ পিছত আকৌ এবাৰ মাটিৰ তলৰ পানীৰ উৎস বিচাৰি উলিওৱা জল-দৈৱজ্ঞৰ আবিৰ্ভাৱ আৰু দঁ নাদ খন্দা সঁজুলিবোৰ অঞ্চলটোত আকৌ এবাৰ চকুত পৰাত সেই প্ৰতিবেদন পুনৰ্বাৰ প্ৰাসংগিক হৈ পৰিছে































