shobharam-gehervar-must-i-choose-between-gandhi-and-ambedkar-as

Aug 15, 2023

‘গান্ধী-আম্বেদকাৰৰ মাজত এজনক বাছি লোৱাটো জৰুৰী নেকি?’

পোন্ধৰ আগষ্টৰ দিনা পাৰিয়ে আপোনালোকলৈ আগবঢ়াইছে শোভাৰাম গেহেৰৱাৰৰ কাহিনী, যিগৰাকী মুক্তিযুঁজাৰুৱে ব্ৰিটিছৰ গুলি খাইছিল আৰু স্বাধীনতা আন্দোলনত আহত হৈছিল। নিজকে গান্ধীবাদী বুলি কোৱা ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ শোভাৰামৰ বয়স এতিয়া ৯৮ বছৰ। তেওঁ আম্বেদকাৰৰ এজন আপোচবিহীন প্ৰশংসক আৰু আত্মগোপনকাৰী বিদ্ৰোহী গোটৰ এজন সদস্য। ২০২২ত পেংগুইনে প্ৰকাশ কৰা পি. সাইনাথৰ ‘দা লাষ্ট হিৰ’জ, ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়াজ ফ্ৰীডম’ৰ এয়া এক উদ্ধৃত অংশ

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।