২৭. বাটে-পথে খেলে-ধেমালীয়ে সুৰে-কথাই আছিল আমাৰ ভাষা
আন্তঃৰাষ্ট্ৰীয়মাতৃভাষা দিৱস উপলক্ষে পাৰিভাষাগোটৰ সদস্যসকলে অতীতত গাৱেঁ-ভুঞে পুৱা-গধূলীৰনিজান পৰিৱেশত উফৰি আহি আমাৰকাণত পৰা সেই সুৰআৰু কথাবোৰ মনত পেলাইছে, যিয়েআমাক আমাৰ মানুহবোৰ আৰুভাষাৰ সৈতে একাত্ম কৰিৰাখিছিল
২১ফেব্ৰুৱাৰী, ২০২৩ | পাৰিভাষা টিম




























