জলবায়ু-পৰিৱৰ্তনৰ-ইতিবৃত্ত-সাধাৰণ-জনতাৰ-অসাধাৰণ-কাহিনী

Oct 21, 2022

জলবায়ু পৰিৱৰ্তনৰ ইতিবৃত্ত: সাধাৰণ জনতাৰ অসাধাৰণ কাহিনী

সৰ্বসাধাৰণ ভাৰতীয়ৰ জীৱন-অভিজ্ঞতা আৰু মাত-কথাৰ যোগেদি পাৰিয়ে দেশৰ বিভিন্ন জলবায়ু আৰু কৃষি-পৰিস্থিতিতান্ত্ৰিক মণ্ডলৰ পৰা জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰতিবেদন যুগুতাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Contributors

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।