violence-against-women-in-india-as

Oct 15, 2024

ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা

মহিলাৰ ওপৰত হোৱা হিংসা আৰু অত্যাচাৰ, যিটো প্ৰায়ে অতিশয় নৃশংস হৈ পৰে, যিয়ে তেওঁলোকক কায়িক আৰু মানসিকভাৱে পংগু কৰি তোলে আৰু শাৰীৰিক-মানসিক ক্ষেত্রত তেওঁলোকে আপোচ কৰিবলগীয়া হয়, তাকে লৈ পাৰি লাইব্ৰেৰীৰ এয়া এক খতিয়ান

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Library Team

পাৰি লাইব্ৰেৰী গোটত কাম কৰা দ্বীপাঞ্জলি সিং, স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোৱাৱানে সৰ্বসাধাৰণ আৰ্কাইভৰ বাবে জৰুৰী সংগতিপূৰ্ণ নথি পাৰিৰ নীতি অনুসৰি সংগ্ৰহ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।