কলচিৰ স্কুলীয়া ল’ৰা-ছোৱালী এতিয়া অনুপস্থিত

লকডাউনত দুটা বছৰ ধৰি স্কুললৈ নোযোৱা থানে জিলাৰ জনজাতীয় শিশুৱে এতিয়া স্কুললৈ যাবলৈ অসমৰ্থ, যাব পাৰিলেও শ্ৰেণীকোঠাৰ প্ৰতি অনীহা

৭ ডিচেম্বৰ, ২০২২ | মমতা পাৰেদ

‘সিহঁতে খাবলৈ নাপালে আমি ক’ত পাম?’

চাংলি জিলাৰ ইটাৰ ভাতীবোৰত কাম কৰিবলৈ প্ৰব্ৰজন কৰা কালকাড়ি সম্প্ৰদায়ৰ গাধ পোহা শ্ৰমিকে তেওঁলোকৰ পশুধনৰ চোৱা-চিতা কৰা টান হৈ পৰিছে। তাতে আকৌ মহাৰাষ্ট্ৰত পশুধনৰ চুৰিকাণ্ড বাঢ়ি যোৱাত তেওঁলোক ইতিমধ্যে শংকাগ্ৰস্ত

২৮ জুন, ২০২২ | আলোকচিত্ৰ: ঋতায়ন মুখাৰ্জী | টেক্সট্: মেধা কালে

এক সামগ্ৰিক বিফলতাই কৈ দিছিল, তাই নাবাচে

তুলচা সবৰৰ আকস্মিক মৃত্যু, তাইৰ পৰিয়ালৰ ঋণৰ বোজা আৰু ইটাৰ ভাতীত কামলৈ বুলি ওড়িশাৰ পৰা পৰিয়ালটোৰ প্ৰব্ৰজনে দেশখনৰ দৰিদ্ৰ জিলাবোৰৰ এক সামগ্ৰিক ব্যৱস্থাগত বিফলতাৰ স্বৰূপ দাঙি ধৰে

১৮ মাৰ্চ, ২০২২ | পুৰুষোত্তম ঠাকুৰ আৰু অজিত পাণ্ডা

‘মোৰ পৰিয়ালটোৱে কি কৰিব?’

বৰান্দা গাঁৱৰ আদিবাসী চুবুৰীটোৰ ৱনিতা ভ’ইৰ আৰু তেওঁৰ পৰিয়ালটোৱে কামৰ কাৰণে মহাৰাষ্ট্ৰৰ ইটাৰ ভাতীলৈ গৈছিল ঠিকেই, কিন্তু লকডাউনৰ কাৰণে কাম, টকা-পইচা আৰু খাদ্য-পাতি একোৱেই নাইকিয়া হৈ পৰিল, জীৱনৰ আশাও ক্ষীণ হৈ আহিল

২১ জুলাই, ২০২০ | মমতা পাৰেদ

লকডাউনত বন্দী শ্ৰমিকৰ যাতনাৰ পাহাৰত আৰু এচপৰা শিল

তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ কুনি তামালিয়া আৰু ইটা ভাতীত কাম কৰা আন শ্ৰমিকসকলে লকডাউনৰ সময়ত তেওঁলোকৰ হাড় ভঙা পৰিশ্ৰম অব্যাহত ৰাখিছিল। কিন্তু শিশুসকলৰ যত্ন আৰু ক’ভিডৰ ভয়ৰ বাবে তেওঁলোকে শ্ৰমিক বিশেষ ৰে’লৰে ওড়িশালৈ যাবলৈ ব্যগ্ৰ হৈ পৰিছিল

১১ জুন, ২০২০ | বৰ্ষা ভাৰ্গৱী

ইটোৰ পিছত সিটো ইটাৰে ভাতীত আৱদ্ধ শ্ৰমিক

তলাবন্ধৰ ফলত তেলেংগানাৰ ইটাৰ ভাতীত আৱদ্ধ হৈ পৰা ওড়িশাৰ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা। শোষণৰ ঘাটি হৈ পৰা কৰ্মস্থলে তলাবন্ধৰ জুইত ঘিউ ঢালিছে, খাদ্যবস্তু নোহোৱা হৈ পৰা শ্ৰমিকসকল যিকোনো উপায়ে ঘৰলৈ উভতিবলৈ উদগ্ৰীব হৈ পৰিছে

২৭ এপ্ৰিল, ২০২০ | বৰ্ষা ভাৰ্গৱী

খোজকাঢ়ি ১০৪ কিলোমিটাৰৰ বিৰামহীন যাত্ৰা

ক’ভিড-১৯ ৰ লকডাউনে থানে আৰু পালঘৰৰ ইটা ভটাৰ শ্রমিকসকলক, যাৰ অধিকাংশ আদিবাসী কৃষি শ্রমিক, প্রায় শুদা হাতে ঘৰলৈ উভতি যাবলৈ আৰু মৌচুমী নহা পর্যন্ত তেনেদৰে থাকিবলৈ বাধ্য কৰালে

১৭ এপ্ৰিল, ২০২০ | জ্যোতি চিনৌলি

টোপনি আৰু খুদকণৰ আগেয়ে বহুদূৰ বাট

ক’ভিড-19 তলাবন্ধৰ ফলত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ইটাৰ ভাতীত কাম কৰা আদিবাসী শ্ৰমিকৰ হাতত পইছা-পাতি আৰু খাদ্যৰ অভাৱ ঘটিছে। গঞাই গাঁৱলৈ মাতি পঠিয়াইছে, কিন্তু আৰু কিমানদূৰ বাট যাব পাৰিব তাকে লৈ তেওঁলোক সন্দিহান হৈ পৰিছে

১ এপ্ৰিল, ২০২০ | মমতা পাৰেদ

‘আমাৰ পেটৰ ভোক গুচোৱাৰ উপায় দিয়ক’

পালঘৰ জিলাৰ বত্যাচি ৱাড়ি চুবুৰীৰ কাটকাৰি আদিবাসী লোকসকলৰ বাবে শিক্ষা এক দুৰণিৰ সপোন। খাদ্যৰ নাটনি আৰু ঋণৰ বোজা ৰুঢ় বাস্তৱ। পৰিস্থিতিৰ দাস হৈ পৰা এইসকল লোকে ইটাৰ ভাটাত কাম কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি কৰা প্ৰব্ৰজন নিত্য-নৈমিত্তিক কথা হৈ পৰিছে

২২ নৱেম্বৰ, ২০১৯ | মমতা পাৰেদ

খেতিপথাৰৰ পৰা ভাটালৈঃ এক ক্লান্তিকৰ যাত্ৰা

কামৰ বাবে আৰু আগধন পৰিশোধ কৰিবলৈ ওড়িশাৰ শ্ৰমিকসকলে খোজকাঢ়ি, নানা যান-বাহনেৰে আৰু ৰেলেৰে তেলাংগনাৰ ইটা ভাটাবোৰলৈ যাত্ৰা কৰে

৯ মে’, ২০১৯ | পুৰুষোত্তম ঠাকুৰ

কাটকাৰিৰ পিঠিত পোৰা সেই তন্দুৰ

মাটি-বাৰী নথকা আৰু কৰ্মসংস্থানৰ সীমিত সুযোগৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাটকাৰি আদিবাসীসকলে প্ৰতিবছৰে ৭-৮ মাহৰ বাবে পোৰা কয়লাৰ ভাতীত কাম কৰিবলৈ প্ৰব্ৰজন কৰে। এই ভাতীবোৰত তেওঁলোকে বহুসময় ধৰি কেইবাঘণ্টাও অতি কম মজুৰিত কাম কৰে, কেতিয়াবা সেই মজুৰিও নাপায়

২৮ জানুৱালী, ২০১৯ | কৰিশ্মা ভি..

অৰ্ধাহাৰে শুবলৈ যোৱাৰ চেষ্টা কৰোঁ

তেলাংগনাৰ ইটাভাতীত কাম কৰিবলৈ ওড়িশাৰ পৰা বহু শ্ৰমিক প্ৰব্ৰজিত হয়, মৰণত শৰণ দি কাম কৰিবলৈ অহা শ্ৰমিকক ঠিকাদাৰ আৰু ইটাভাতীৰ মালিকে শোষণ কৰে - ফলস্বৰূপে মাহৰ পিছত মাহ ধৰি কৰা কঠোৰ শ্ৰমৰ পিছতো কান্ধত ঋণৰ বোজা লৈ উভতি যাবলগা হয়

২ নৱেম্বৰ, ২০১৮ | পুৰুষোত্তম ঠাকুৰ

‘এতিয়া আমি অকলশৰীয়া...’

উৰিষ্যাৰ বলাংগীৰ জিলাৰ উপান্ত কৃষক ধাৰুৱাসকলে কামৰ সন্ধানত হায়দৰাবাদৰ ভাটাবোৰত থিতাপি লৈছে। সেই মুৰৰ ঘাম মাটিত পেলাবলগীয়া কঠোৰ পৰিশ্ৰমে সিহতক ঘৰলৈ ঘুৰি আহিবলৈ ইচ্ছা জগাইছিল, কিন্তু ভাটাৰ মালিকে সিহতক যাবলৈ নিদিলে

২৫ ছেপ্টেম্বৰ, ২০১৭ | পুৰুষোত্তম ঠাকুৰ


অনুবাদ: পাৰি অনুবাদক, অসমীয়া

Translator : PARI Translations, Assamese