কলচিৰ স্কুলীয়া ল’ৰা-ছোৱালী এতিয়া অনুপস্থিত
লকডাউনত দুটা বছৰ ধৰি স্কুললৈ নোযোৱা থানে জিলাৰ জনজাতীয় শিশুৱে এতিয়া স্কুললৈ যাবলৈ অসমৰ্থ, যাব পাৰিলেও শ্ৰেণীকোঠাৰ প্ৰতি অনীহা



লকডাউনত দুটা বছৰ ধৰি স্কুললৈ নোযোৱা থানে জিলাৰ জনজাতীয় শিশুৱে এতিয়া স্কুললৈ যাবলৈ অসমৰ্থ, যাব পাৰিলেও শ্ৰেণীকোঠাৰ প্ৰতি অনীহা
চাংলি জিলাৰ ইটাৰ ভাতীবোৰত কাম কৰিবলৈ প্ৰব্ৰজন কৰা কালকাড়ি সম্প্ৰদায়ৰ গাধ পোহা শ্ৰমিকে তেওঁলোকৰ পশুধনৰ চোৱা-চিতা কৰা টান হৈ পৰিছে। তাতে আকৌ মহাৰাষ্ট্ৰত পশুধনৰ চুৰিকাণ্ড বাঢ়ি যোৱাত তেওঁলোক ইতিমধ্যে শংকাগ্ৰস্ত
তুলচা সবৰৰ আকস্মিক মৃত্যু, তাইৰ পৰিয়ালৰ ঋণৰ বোজা আৰু ইটাৰ ভাতীত কামলৈ বুলি ওড়িশাৰ পৰা পৰিয়ালটোৰ প্ৰব্ৰজনে দেশখনৰ দৰিদ্ৰ জিলাবোৰৰ এক সামগ্ৰিক ব্যৱস্থাগত বিফলতাৰ স্বৰূপ দাঙি ধৰে
বৰান্দা গাঁৱৰ আদিবাসী চুবুৰীটোৰ ৱনিতা ভ’ইৰ আৰু তেওঁৰ পৰিয়ালটোৱে কামৰ কাৰণে মহাৰাষ্ট্ৰৰ ইটাৰ ভাতীলৈ গৈছিল ঠিকেই, কিন্তু লকডাউনৰ কাৰণে কাম, টকা-পইচা আৰু খাদ্য-পাতি একোৱেই নাইকিয়া হৈ পৰিল, জীৱনৰ আশাও ক্ষীণ হৈ আহিল
তেলাংগনাৰ সাংগাৰেড্ডী জিলাৰ কুনি তামালিয়া আৰু ইটা ভাতীত কাম কৰা আন শ্ৰমিকসকলে লকডাউনৰ সময়ত তেওঁলোকৰ হাড় ভঙা পৰিশ্ৰম অব্যাহত ৰাখিছিল। কিন্তু শিশুসকলৰ যত্ন আৰু ক’ভিডৰ ভয়ৰ বাবে তেওঁলোকে শ্ৰমিক বিশেষ ৰে’লৰে ওড়িশালৈ যাবলৈ ব্যগ্ৰ হৈ পৰিছিল
তলাবন্ধৰ ফলত তেলেংগানাৰ ইটাৰ ভাতীত আৱদ্ধ হৈ পৰা ওড়িশাৰ হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা। শোষণৰ ঘাটি হৈ পৰা কৰ্মস্থলে তলাবন্ধৰ জুইত ঘিউ ঢালিছে, খাদ্যবস্তু নোহোৱা হৈ পৰা শ্ৰমিকসকল যিকোনো উপায়ে ঘৰলৈ উভতিবলৈ উদগ্ৰীব হৈ পৰিছে
ক’ভিড-১৯ ৰ লকডাউনে থানে আৰু পালঘৰৰ ইটা ভটাৰ শ্রমিকসকলক, যাৰ অধিকাংশ আদিবাসী কৃষি শ্রমিক, প্রায় শুদা হাতে ঘৰলৈ উভতি যাবলৈ আৰু মৌচুমী নহা পর্যন্ত তেনেদৰে থাকিবলৈ বাধ্য কৰালে
ক’ভিড-19 তলাবন্ধৰ ফলত মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ইটাৰ ভাতীত কাম কৰা আদিবাসী শ্ৰমিকৰ হাতত পইছা-পাতি আৰু খাদ্যৰ অভাৱ ঘটিছে। গঞাই গাঁৱলৈ মাতি পঠিয়াইছে, কিন্তু আৰু কিমানদূৰ বাট যাব পাৰিব তাকে লৈ তেওঁলোক সন্দিহান হৈ পৰিছে
পালঘৰ জিলাৰ বত্যাচি ৱাড়ি চুবুৰীৰ কাটকাৰি আদিবাসী লোকসকলৰ বাবে শিক্ষা এক দুৰণিৰ সপোন। খাদ্যৰ নাটনি আৰু ঋণৰ বোজা ৰুঢ় বাস্তৱ। পৰিস্থিতিৰ দাস হৈ পৰা এইসকল লোকে ইটাৰ ভাটাত কাম কৰিবলৈ বছৰৰ পিছত বছৰ ধৰি কৰা প্ৰব্ৰজন নিত্য-নৈমিত্তিক কথা হৈ পৰিছে
কামৰ বাবে আৰু আগধন পৰিশোধ কৰিবলৈ ওড়িশাৰ শ্ৰমিকসকলে খোজকাঢ়ি, নানা যান-বাহনেৰে আৰু ৰেলেৰে তেলাংগনাৰ ইটা ভাটাবোৰলৈ যাত্ৰা কৰে
মাটি-বাৰী নথকা আৰু কৰ্মসংস্থানৰ সীমিত সুযোগৰ পৰিপ্ৰেক্ষিতত মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কাটকাৰি আদিবাসীসকলে প্ৰতিবছৰে ৭-৮ মাহৰ বাবে পোৰা কয়লাৰ ভাতীত কাম কৰিবলৈ প্ৰব্ৰজন কৰে। এই ভাতীবোৰত তেওঁলোকে বহুসময় ধৰি কেইবাঘণ্টাও অতি কম মজুৰিত কাম কৰে, কেতিয়াবা সেই মজুৰিও নাপায়
তেলাংগনাৰ ইটাভাতীত কাম কৰিবলৈ ওড়িশাৰ পৰা বহু শ্ৰমিক প্ৰব্ৰজিত হয়, মৰণত শৰণ দি কাম কৰিবলৈ অহা শ্ৰমিকক ঠিকাদাৰ আৰু ইটাভাতীৰ মালিকে শোষণ কৰে - ফলস্বৰূপে মাহৰ পিছত মাহ ধৰি কৰা কঠোৰ শ্ৰমৰ পিছতো কান্ধত ঋণৰ বোজা লৈ উভতি যাবলগা হয়
উৰিষ্যাৰ বলাংগীৰ জিলাৰ উপান্ত কৃষক ধাৰুৱাসকলে কামৰ সন্ধানত হায়দৰাবাদৰ ভাটাবোৰত থিতাপি লৈছে। সেই মুৰৰ ঘাম মাটিত পেলাবলগীয়া কঠোৰ পৰিশ্ৰমে সিহতক ঘৰলৈ ঘুৰি আহিবলৈ ইচ্ছা জগাইছিল, কিন্তু ভাটাৰ মালিকে সিহতক যাবলৈ নিদিলে
অনুবাদ: পাৰি অনুবাদক, অসমীয়া
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/at-the-countrys-back-breaking-brick-kilns-as