
Mumbai, Maharashtra
|WED, JAN 31, 2018
বিমুদ্ৰাকৰণৰ ওপৰত পাৰিৰ প্ৰতিবেদন
আটাইবোৰ পঢ়কঃ ৮ নৱেম্বৰৰ পিছৰ নগদ ধনৰ নাটনিয়ে কেনেদৰে গ্ৰামীণ ভাৰতত প্ৰভাৱান্বিত কৰিছে
Author
Translator
12. বিমুদ্ৰাকৰণৰ ভূত
নগদৰ ওপৰতে ভিত্তি কৰি চলা কৃষিজাত বাণিজ্যনিৰ্ভৰ গ্ৰামীণ মাৰাথাৱাড়াত কৃষকে ২০১৬ বৰ্ষৰ নবেম্বৰ মাহৰ বিমুদ্ৰাকৰণৰ প্ৰভাৱত বাউঞ্চ হোৱা চেক, বেংকৰ সা-সুবিধাগীন স্থিতি আৰু শস্যৰ দৰ কমি অহা আদিৰ বিভিন্ন সমস্যাৰ মাজতে পাকঘুৰণি খাই আছে
11. বিমুদ্ৰাকৰণৰ পাখাখেলত বিলাহীৰ বিপৰ্যয়
এইবাৰৰ শীত কালত বিদর্ভৰ শাক-পাচলিৰ খেতিয়কে বিলাহীৰ ব্যাপক উত্পাদন দেখি প্ৰচুৰ আশাবাদী হৈ উঠিছিল| কিন্তু ৮ নৱেম্বৰৰ পিছত পুৰণি মুদ্রাৰ প্ৰচলন নিষিদ্ধকৰণে বজাৰক মৰিশালিলৈ পৰিণত কৰাত তেওঁলোকৰ আশাত চেঁচা পানী পৰিল
10. বিমুদ্ৰাকৰণে অভূতপূৰ্ব সংকটলৈ ঠেলি দিলে নাচিকৰ বিলাহীখেতি
দেশৰ প্ৰতি চাৰিটা বিলাহীৰ এটাকৈ উৎপাদন কৰা মহাৰাষ্ট্ৰৰ নাচিক জিলাৰ খেতিয়কে ৮ নবেম্বৰত ঘোষণা কৰা বিমুদ্ৰাকৰণৰ পিছৰেপৰা চলি থকা নিম্ন দৰৰ বাবেই ধ্বংস কৰি পেলাইছে লহপহকৈ বাঢ়ি অহা বিলাহী খেতি
9. বিমুদ্রাকৰণৰ বিপৰ্যয়ত অর্ধাহাৰী শ্রমজীৱী
অন্ধ্রপ্ৰদেশৰ বুচার্লাৰ দৰিদ্র প্ৰব্রজনকাৰীসকল বার্ষিক উত্সৱ উপলক্ষে নিজৰ ঘৰলৈ উভতি আহি দেখে যেউত্পাদন হ্রাস পোৱাতকৈযো নগদ ধনৰ সংকটৰ বাবে স্থানীয় কৃষি পামবোৰত কাম নোহোৱা হৈছে| উত্সৱৰ সময়তো তেওঁলোকে ভালকৈ খাবলৈ নোপোৱা হল
8. BPL XI: they're mobile, their money isn't
With the note-ban crippling money orders, migrant workers in Maharashtra are unable to send cash home to hungry families. In Adul, Aurangabad, labourers from five states are struggling with a bank system they don't understand and which doesn’t work for them
7. পুৰণি নোটৰ নিষিদ্ধকৰণ মাধমাৰ সোধালে বিড়ি উদ্যোগত
বিমুদ্রাকৰণৰ পিচত পশ্চিমবংগৰ জংগিপুৰত থকা অধিকাংশ বিড়ি উদ্যোগত তলা ওলমিল, নতুন নোটৰ নাটনিৰ ফলত ঘৰতে বিড়ি প্ৰস্তুত কৰা অধিকাংশ মহিলা শ্রমিক উপার্জনহীন হৈ পৰিল
6. বেংকৰ 'গান্ধিগিৰি', মাৰাথৱাড়াত কেছলেছ হাৰাকিৰি
বিমুদ্ৰাকৰণৰ দুশ্চিন্তা বঢ়াৰ লগে লগে ওচমানাবাদৰ বেংক এটাই দুটাকৈ চেনীৰ কাৰখানাক দিয়া ৩৫২ কোটি টকা আদায় কৰি লোৱাৰ বাবে একো বিশেষ নকৰিলে, কিন্তু তাৰ পৰিৱৰ্তে ১৮০ কোটি টকা সৰ্বমুঠ ধনৰাশি দিবলৈ থকা ২০ হাজাৰ খেতিয়কক ৰাজহুৱাকৈ অপমানিত কৰাৰ ভাবুকি দিয়াত কোনোধৰণৰ হীনদেৰি নকৰিলে
5. Nepali rupees to the rescue
In scenic Ogla and at the Jauljibi fair in Uttarakhand, close to the India-Nepal border, traders have been hit hard by demonetisation – while in Dharchula, the last town on the border, people are using Nepali currency
4. বিমুদ্রাকৰণ বিপৰ্যয় বুৰ গল সুৰাৰ বন্যাত
অন্ধ্রপ্ৰদেশ অনন্তপুৰ জিলাৰ তাড়িমাৰি গাঁৱৰ সাৰ বিক্রেতাই পুৰণি মুদ্রা যিহেতু গ্রহণ কৰিছে, সেযে খৰাংপীড়িত বাদাম খেতিযকসকলে তেওঁলোকৰ ঋণ পুৰণি মুদ্রা (নোট)ৰে পৰিশোধ কৰিবলৈ সাৰৰ দোকানৰ আগত শাৰী পাতিছে। কর্মহীন কৃষি শ্রমিকসকলো ৰৈ নাথাকিল। তেওঁলোকৰ হাতত থকা পুৰণি কেইখনমান নোট চলোৱাৰ বাবে সহজ উপায় হল স্ত্রায়ী সুৰাৰ দোকানত সুৰা ক্রয় কৰা।
3. বিমুদ্রাকৰণৰ ফলত বিধ্বস্ত খেতিয়ক
বিদর্ভৰ কৃষিজাত সামগ্রীৰ বজাৰত বছৰটোৰ ভিতৰত এইটোৱেই বেচা-কিনাৰ উথপ-থপ সময়। কিন্তু এই অঞ্চলৰ কৃষকে এতিয়া ভীষণ লোকচান মূৰ পাতি লবলৈ বাধ্য হৈছে- কম দামত উত্পাদিত সামগ্রী বিক্রী কৰিছে, কিছুমান শস্য নষ্ট হ'বলৈ আৰম্ভ কৰিছে অথবা ঋণ পৰিশোধ কৰিবলগীযা বেংকত পুৰণি মুদ্রাৰে জমা কৰাৰ শংকাৰ বাবেই খেতিয়সকলৰ অৱস্ত্রা কুলাই-পাচিয়ে নধৰা হৈছে।
2. বিমুদ্ৰাকৰণ আৰু কীটনাশকৰ ব্যঞ্জন
ভাৰতীয় মুদ্রাৰ 86 শতাংশ চৰকাৰে বেআইনী ঘোষণা কৰাৰ লগে তেলেংগানাৰ ধর্মৰাম গাওঁৰ ৱার্দা বালায়াৰ মাটি বিক্রী কৰি ঋণ পৰিশোধ কৰাৰ আশা ধূলিস্যাত্ হৈ পৰে আৰু সেই বাবেই তেওঁ আত্মাহননৰ পথ বাচি লোৱাৰ লগতে গোটেই পৰিয়ালক বিহ খুৱাবলৈ চেষ্টা কৰে
1. কেছলেছ অৰ্থনীতি
খেতিয়কৰ পৰা আদি কৰি ভূমিহীন শ্ৰমিক, পেঞ্চনাৰ, ক্ষুদ্ৰ ব্যৱসায়ী আৰু আন বহুতৰে জীৱন বিধ্বস্ত কৰি পেলাইছে
Want to republish this article? Please write to [email protected] with a cc to [email protected]
Donate to PARI
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/বিমুদ্ৰাকৰণৰ-ওপৰত-পাৰিৰ-প্ৰতিবেদন











