in-2023-lines-verses-and-voices-as

Dec 24, 2023

২০২৩ত ছন্দায়িত শৃংখলাৰে এক ন দৃষ্টিকোণ

সাংবাদিকতাৰ এটা আৰ্কাইভ ২০২৩ বৰ্ষত কিদৰে কবিতা আৰু গীতৰ যোগেদি সৰ্বসাধাৰণৰ কণ্ঠ হৈ পৰিছে, তাৰে এক আভাস এই লেখাৰ যোগেদি দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে। ভাবঘন আৰু ছন্দায়িত এই কাব্যিক সৃষ্টিৰ শৃংখলাই আমাৰ জগত আৰু জীৱনৰ শৃংখলাহীন এক পৰিস্থিতিত ছন্দ ঘূৰাই আনিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Joshua Bodhinetra

জশুৱা বোধিনেত্ৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া চমুকৈ পাৰিৰ ভাৰতীয়া ভাষা কাৰ্য্যসূচী পাৰিভাষাৰ সমল ব্যৱস্থাপক। কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যৰ এমফিল ডিগ্ৰীধাৰী জশুৱা এগৰাকী বহুভাষিক কবি, অনুবাদক, কলা সমালোচক আৰু সমাজকৰ্মী।

Author

Archana Shukla

অৰ্চনা শুক্লা পাৰিৰ প্ৰাক্তন সমল সম্পাদক। 

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।