তোমাৰ কুঁৱাৰ বিহ দিয়া পানী

বিয়াৰ পিছত, হয়তো বিয়াৰ বাবেই আত্মীয়সকল আৰু আপোন হৈ নাথাকে! কচ্ছ অঞ্চলৰ এগৰাকী নৱবিবাহিতাৰ মনৰ দুখেৰ পৰিপূৰ্ণ গীতটি শুনক

২১ জুন, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

কচ্চ: আস্থা আৰু সংহতিৰ মিনাৰ

এই সময়ত ৰাজনৈতিক বিভেদকামী শক্তিৰ টনা-আঁজোৰাত ভাৰসাম্য হেৰুৱাব খোজা কচ্চ অঞ্চলৰ সংগীত, স্থপত্য আৰু সংস্কৃতিৰ সমন্বয়ৰ যি ইতিহাস, তাৰেই ঐতিহ্য বহন কৰিছে এই ভক্তিমূলক লোকগীতে, তেনেই ৰূপগন্ধ লৈ মৰুভূমিত বৈ আহিছে এই ভক্তিগীতটি

২৫ মে’, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

আগচোতাল, এখন ঘৰ আৰু কলিজাৰ আই

বিয়াৰ পিছত কম বয়সীয়া ছোৱালী এজনীয়ে ঘৰ এৰি যোৱাৰ সময়ত মনত হেন্দোলনি তোলা এক জটিল আৱেগ এই কচ্ছী গীতৰ যোগেদি ফুটি উঠিছে

১৪ মে’, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

মহিলাই গোৱা স্বাধীনতাৰ গান

এই লোকগীতত কচ্ছৰ গাঁৱৰ মহিলাই সম্পত্তিৰ সমান অধিকাৰৰ বাবে মাত মাতিছে

৮ এপ্ৰিল, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

কচ্ছৰ সৰোবৰ আৰু এটা প্ৰেমকাহিনী

ভুজৰ এই কচ্ছী গীতটোত প্ৰেম আৰু হাবিয়াসে ঠাই পাইছে। এয়া পাৰিত কচ্ছী লোকগীতৰ শৃংখলৰ দ্বিতীয়টো কবিতা

২৫ ফেব্ৰুৱাৰী, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

কচ্চৰ মৌ-মিঠা পানী: ৰাণসকলৰ গীত

গুজৰাটৰ উত্তৰ-পশ্চিমাঞ্চলৰ এই গীত কচ্চভূমিৰ বাসিন্দাসকলৰ আৰু সংস্কৃতিৰ জয়গান

৬ ফেব্ৰুৱাৰী, ২০২৩ | প্ৰতিষ্ঠা পাণ্ড্যা

Translator : PARI Translations, Assamese