কৃষি-আইনকেইখনে-ধনী-দুখীয়া-সকলো-কৃষকৰে-ক্ষতি-কৰিব

Alwar, Rajasthan

Jun 30, 2021

‘কৃষি আইনকেইখনে ধনী-দুখীয়া সকলো কৃষকৰে ক্ষতি কৰিব’

শ্বাহজাহানপুৰ এতিয়া ডাঙৰ-সৰু সকলো শ্ৰেণীৰ কৃষকৰ মিলনভূমি হৈ পৰিছে, উত্তৰপ্ৰান্তীয় সহযোদ্ধাৰ বিশাল উপস্থিতি আৰু উদাৰতা দেখি মহাৰাষ্ট্ৰৰ আদিবাসী সম্প্ৰদায়ৰ ক্ষুদ্ৰ কৃষিভূমিৰ খেতিয়কসকল অভিভূত হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।