নিয়ামগিৰিৰ-এখন-বিয়া

Rayagada, Odisha

May 31, 2023

নিয়ামগিৰিৰ এখন বিয়া

পশ্চিম ওড়িশাৰ বক্সাইট সমৃদ্ধ নিয়ামগিৰি পৰ্বতমালা ৰাজ্যখনৰ ডংগ্ৰিয়া কন্ধ জনগোষ্ঠীৰ একমাত্ৰ বাসস্থান; নৈ, পাহাৰ আৰু অৰণ্য তেওঁলোকৰ জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে সংপৃক্ত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Nibha Rani Roy

নিভা ৰাণী ৰায় গুৱাহাটীৰ এগৰাকী মুক্ত সাংবাদিক আৰু অসমীয়া অনুবাদক। ছপা আৰু বৈদ্যুতিন দুয়োটা মাধ্যমতে ৰায়ে ৰিপ’ৰ্টাৰ আৰু উপ-সম্পাদক হিচাপে এটা দশকৰো অধিক কাল কাম কৰিছে। তেওঁ মহিলা আৰু শিশু, পৰিৱেশ আৰু বন্যপ্ৰাণী, সাহিত্য আৰু সংস্কৃতি বিষয়ত প্ৰতিবেদন লিখে।