এজন-বাঢ়ৈৰ-মৃত্য়ু

Nalgonda, Telangana

Feb 12, 2020

এজন বাঢ়ৈৰ মৃত্য়ু

কৃষি সংকটে চৌদিশে বিভীষিকাৰ সৃষ্টি কৰাত বাঢ়ৈ, কুমাৰ, চামৰাৰ কাম কৰা লোক তথা আন বহুতো লোকৰ জীৱিকাৰ পথো ৰুদ্ধ হৈ পৰিল। এনে পৰিস্থিতিয়েই অন্ধ্ৰপ্ৰদেশৰ লালগোণ্ডা জিলাৰ বাংগাৰু ৰামাচাৰীক আত্মহননৰ পথলৈ ঠেলি দিলে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।