women-farmers-weaving-a-life-in-anantapur-as

Anantapur, Andhra Pradesh

Nov 28, 2024

ঘাত-প্ৰতিঘাত নেওচি জীৱনটো নকৈ সীবলৈ লোৱা মহিলা খেতিয়ক

পাৰিৰ সংগ্ৰহৰ পৰাঃ দেশৰ ভিতৰতে অনন্তপুৰত সৰ্বাধিক কৃষকে আত্মহত্যা কৰে৷ স্বামীক হেৰুওৱা মহিলাসকলে তেওঁলোকৰ সন্তানকেইটাৰ উজ্বল ভৱিষ্যত গঢ়াৰ বাবে সকলো বাধা নেওচি যুঁজি গৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷