in-the-beginning-was-the-word-a-story-in-translation-as

Sep 30, 2023

শব্দৰে উদ্ভাসিত এই জগত: অনুবাদৰ আঁৰৰ কিছু কথা

পাৰিত প্ৰকাশিত প্ৰতিটো ষ্ট’ৰিয়ে ১৪ টা ভাৰতীয় ভাষাত আত্মপ্ৰকাশ কৰে। এই প্ৰক্ৰিয়াত সোমাই থকা সুখানুভূতি আৰু কষ্টবোৰ প্ৰায়ে আঁৰ কাপোৰৰ সিপাৰে থাকি যায়। ৩০ ছেপ্টেম্বৰত উদযাপিত আন্তঃৰাষ্ট্ৰীয় অনুবাদ দিৱসত আমাৰ ভাৰতীয় ভাষাৰ সম্পাদকসকলে নিজৰ অভিজ্ঞতাৰ বিষয়ে এক আলোচনাত মিলিত হওঁ

Translator

Pankaj Das

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARIBhasha Team

পাৰিভাষা আমাৰ অনন্য এক ভাষিক কাৰ্য্যসূচী যিয়ে পাৰিৰ ষ্ট’ৰি ৰিপ’ৰ্টিং আৰু ষ্ট’ৰিবোৰ বিভিন্ন ভাৰতীয় ভাষালৈ অনুবাদত সহায় কৰে। পাৰিৰ প্ৰতিটো ষ্ট’ৰিৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি প্ৰকাশ কৰা আৰু পাঠকৰ ওচৰলৈ লৈ যোৱাত অনুবাদকসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ। আমাৰ সম্পাদকীয় বৰ্গ, অনুবাদক আৰু স্বেচ্ছাসেৱকে দেশখনৰ বৈচিত্ৰময় ভাষিক আৰু সাংস্কৃতিক জগতখনক প্ৰতিনিধিত্ব কৰে আৰু যি ঠাইৰ পৰা ষ্ট’ৰি এটা যুগুতোৱা হয়, সেই ঠাইৰ মানুহে ষ্ট’ৰিটো আঁকোৱালি ল’ব পৰাকৈ প্ৰস্তুত কৰি তোলাটো নিশ্চিত কৰে।

Illustrations

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।