ভাৰতৰ গ্ৰামাঞ্চলৰ কুইয়াৰসকলৰ দৈনন্দিন জীৱন

পাৰি লাইব্ৰেৰীয়ে ডাঙৰ চহৰ-নগৰৰ পৰা নিলগত, গাঁৱত বাস কৰা কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ কণ্ঠ আৰু তথ্য-পাতিৰ লগতে তেওঁলোকে ব্যক্তিগত আৰু পেছাদাৰী জীৱনত সন্মুখীন হোৱা সামাজিক বহিষ্কৰণৰৰ অভিজ্ঞতা কেনেদৰে আৰ্কাইভ কৰি ৰাখিছে, গৌৰৱ মাহত উপলক্ষে সেয়া তুলি ধৰাৰ এয়া এক প্ৰয়াস

২৭ জুন, ২০২৩ | পাৰি লাইব্ৰেৰী

ধৰমশালাত সাতোৰঙী গৌৰৱ যাত্ৰা

হিমাচল প্ৰদেশত কুইয়াৰ সম্প্ৰদায়ৰ লোকসকলৰ অধিকাৰৰ হকে উলিওৱা প্ৰথম গৌৰৱ যাত্ৰাৰ সফল সামৰণি, এই যাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ অধিকাংশই ৰাজ্যখনৰ সৰু নগৰসমূহৰ লগতে গ্ৰামাঞ্চলৰ আছিল

৭ জুন, ২০২৩ | স্বেতা দাগা

ৰূপান্তৰকামীয়ে গঢ়ি তোলা এখন মঞ্চ আৰু মনৰ কথা

ৰূপান্তৰকামী লোক এজনে থিয়েটাৰৰ পৃথিৱীত আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ পোৱাটো অতি বিৰল। ৩১ মাৰ্চত উদযাপিত ৰূপান্তৰকামীৰ বিদ্যমানতাৰ আন্তৰ্জাতিক দিৱস উপলক্ষে ৰূপান্তৰকামী সম্প্ৰদায়টোৱে সন্মুখীন হোৱা সামাজিক বৈষম্য আৰু সংগ্ৰামমুখৰ জীৱনক তুলি ধৰা ‘চাণ্ডকাড়াংগা’ শীৰ্ষক নাটখনক লৈ এই ফটোষ্ট’ৰিটো কৰা হৈছে

৩১ মাৰ্চ, ২০২৩ | এম. পালানি কুমাৰ

মুম্বাই মহানগৰীত ভালপোৱাৰ নিজগৰী অকণ ঠাই

মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ এগৰাকী যুৱতী আৰু ৰূপান্তৰিত যুৱকে ভালপোৱাক সাৰথি কৰি সামাজিক গ্ৰহণযোগ্যতা, ন্যায়, নিজাকৈ এক পৰিচয় আৰু ভৱিষ্যতৰ বাবে যুঁজিছে আৰু আমাক তেওঁলোকৰ প্ৰেমকাহিনী শুনাইছে

৪ মাৰ্চ, ২০২৩ | আকাংক্ষা

‘মই দুনাইবাৰ ভাৰতৰ হৈ খেলাৰ সুযোগ নাপালো’

পশ্চিমবংগৰ বনি পালক তেওঁৰ মিশ্ৰলিংগীয় পৰিচয়ৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা আঁতৰোৱা হৈছিল। ২২ এপ্ৰিল, ৰাষ্ট্ৰীয় মিশ্ৰলিংগৰ মানৱ অধিকাৰ দিৱসৰ দিনা তেওঁ নিজৰ পৰিচয় আৰু সংগ্ৰামৰ কথা সুঁৱৰিছে

২২ এপ্ৰিল, ২০২২ | ৰিয়া বেহেল

মাদুৰাইৰ ৰূপান্তৰিত শিল্পী: নিপীড়িত, নিঃসংগ আৰু সম্বলহীন

পৰিয়ালৰ পৰা বহিষ্কৃত, জীৱিকা হেৰুৱাই নিপীড়িত জীৱন কটোৱা তামিলনাডুৰ ৰূপান্তৰিত শিল্পীসকলে এতিয়া সাংঘাতিক দুৰ্দিন দেখিছে

২৯ জুলাই, ২০২১ | এছ. চেন্থালিৰ

মাডুৰাইত ৰূপান্তৰিত শিল্পীৰ দুৰ্বিষহ জীৱন

তামিলনাডুত বিশ্ব মহামাৰীয়ে জীৱন-জীৱিকা বিধ্বস্ত কৰা বহু লোকশিল্পীৰ মাজৰে একাংশ হৈছে ৰূপান্তৰিত মহিলা শিল্পীসকল- তেওঁলোক এতিয়া কৰ্মহীন, উপাৰ্জনৰ বাট বন্ধ। আনফালে সাহায্য কিম্বা চৰকাৰী সা-সুবিধাইও তেওঁলোকক ঢুকি নাপায়

২৭ জুলাই, ২০২১ | এছ. চেন্থালিৰ

'মানুহে আমালৈ এনেকৈ দৃষ্টি নিক্ষেপ কৰে যেন আমি অমংগলীয়া অপশক্তিহে'

ইচালকাৰানজি নগৰৰ তৃতীয় লিংগ (ট্ৰান্সজেণ্ডাৰ)ৰ লোকসকলে ঘৰত, স্কুলত, আবাসিক অঞ্চলত, বাট-পথত-সকলোতে বৈষম্যৰ মুখামুখি হ'ব লগা হয়। আন যিকোনো সাধাৰণ লোকৰ দৰে জীয়াই থাকিবলৈ, মৰ্যাদা সহকাৰে কাম কৰিবলৈ তেঁওলোকে সংগ্ৰাম কৰিবলগা হৈছে।

৮ আগষ্ট, ২০১৮ | মিনাজ লটকাৰ

'এদিন আমাক সকলোৱে আদৰি ল’ব’

২৫ এপ্ৰিলত অন্ত পৰা তামিলনাডুৰ কুভাগম উৎসৱত ভালেমান লিংগপৰিৱৰ্তিত লোকৰ আগমন ঘটা দেখা যায়। মুকলিমনে নাচি-বাগি গান গাই হাঁহি-কান্দোন আৰু প্ৰাৰ্থনাৰ মাজেৰ উৎসৱৰ দিনকেইটা তেঁওলোকে ইয়াতে পাৰ কৰে। সমাজৰ পৰা এঘৰীয়া হোৱাৰ যি শংকাৰ ভাৱ ভাৱ লৈ তেঁওলোক থাকে, সেয়া পাহৰি আনন্দৰ মূহুৰ্তবোৰ উদযাপন কৰাৰ উচাহতে তেঁওলোক আহে

২৩ এপ্ৰিল, ২০১৮ | ঋতায়ন মুখাৰ্জী

অনুবাদ: পাৰি অনুবাদক, অসমীয়া

Translator : PARI Translations, Assamese