what-we-want-is-work-on-all-30-days-as

Pune, Maharashtra

Feb 07, 2025

‘মাহটোৰ আটাইকেইটা দিনতে আমাক কাম লাগে’

মহাৰাষ্টৰ ভিল পাৰ্ধি সম্প্ৰদায়টো ‘অপৰাধী’ তালিকাৰ পৰা বিমুক্ত হ’ল যদিও তেওঁলোকে এতিয়াও সামাজিক দিশত হেয় জীৱন জীয়াই থাকিবলগীয়া হৈছে, শোষিত হোৱা এই সম্প্ৰদায়ৰ লোকে বাজেটত তেওঁলোকৰ জীৱনটো পৰিৱৰ্তন হ’বলগীয়া একো নাই বুলি ভাবে

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।