the-hidden-treasures-of-her-heart-as

Kachchh, Gujarat

Oct 09, 2023

বুকুতে মৰহিল মনৰ হাবিয়াহ

গাঁৱলীয়া মহিলাই পাকঘৰৰ পৰা পথাৰলৈ মেহনত ঠিকেই কৰে, কিন্তু সেয়া হৈ ৰয় অলক্ষিত। নিজৰ ইচ্ছা-আকাংক্ষাক অৱদমিত কৰা নাৰীৰ মনৰ গহন কুঠৰীত গোপন বেথাই ভৰ কৰে, বুকুত সমাধিস্থ হৈ ৰোৱা হাজাৰটা সপোনৰ দলিল এই লোকগীত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Anushree Ramanathan

Anushree Ramanathan is a Class 9 student of Delhi Public School (North), Bangalore. She loves singing, dancing and illustrating PARI stories.

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।