palghar-school-teacher-pushes-for-warli-as

Palghar, Maharashtra

Sep 05, 2024

ৱাৰ্লি ভাষা উদ্ধাৰৰ প্ৰচেষ্টা পালঘৰৰ এজন শিক্ষকৰ

বালচন্দ্ৰ ধনগৰেই তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেণীকোঠাৰ পাঠদানৰ অংশ হিচাপে আদিবাসী শিশুসকলক মৃত্যুমুখী ৱাৰ্লি ভাষাটো শিকাই আহিছে, সেই আদিবাসীসকলৰ বহুসংখ্যকেই ৱাৰ্লিভাষী। শিক্ষক দিৱস উপলক্ষে এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Bhalchandra Dhangare

বালচন্দ্ৰ ধনগৰে পালঘৰ জিলাৰ মোখাড়াস্থিত জিলা পৰিষদ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক।

Editor

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Video

Siddhita Sonavane

সিদ্ধিতা সোণাৱানে পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক। তেওঁ মুম্বাইৰ এছ.এন.ডি.টি. ৱিমেনচ্ ইউনিভাৰ্চিটিৰ পৰা ২০২২ত স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু সেইখন বিশ্ববিদ্যালয়ৰে ভিজিটিং ফেকাল্টি।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।