labouring-for-bread-and-roses-too-as

May 01, 2024

দুবেলা দুমুঠিৰ যুঁজখন

বিশ্ব শ্ৰমিক দিৱস, ১ মে’ উপলক্ষে পাৰিয়ে ভাৰতৰ শ্ৰমিকৰ অৱস্থাৰ বিষয়ে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছে। গ্ৰাফিক্সৰ জৰিয়তে দেখুওৱা এই প্ৰতিবেদনৰ যোগেদি শ্ৰমিক শ্ৰেণীয়ে সন্মুখীন হোৱা বৈষম্য আৰু তেওঁলোকে নিজৰ মাজতে গঢ়ি তোলা একাত্মবোধৰ ওপৰত আলোকপাত কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Library Team

পাৰি লাইব্ৰেৰী গোটত কাম কৰা দ্বীপাঞ্জলি সিং, স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোৱাৱানে সৰ্বসাধাৰণ আৰ্কাইভৰ বাবে জৰুৰী সংগতিপূৰ্ণ নথি পাৰিৰ নীতি অনুসৰি সংগ্ৰহ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।