in-pune-waiting-for-the-cows-to-come-home-as

Pune, Maharashtra

May 03, 2024

গোহালিৰ গৰু আৰু গো-ৰক্ষকৰ আতংক: গ্ৰাম্য অৰ্থনীতিত প্ৰহাৰ

২০১৪ৰ পিছৰে পৰা ভাৰতৰ বিভিন্ন স্থানত গো-সুৰক্ষাৰ নামত উৎপীড়নৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ভাৰতীয় অৰ্থনীতিত গৰুৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ যদিও গৰু কঢ়িয়াই নিয়া ট্ৰাক চালকৰ ওপৰত হোৱা সঘন আক্ৰমণে খেতিয়ক আৰু ব্যৱসায়ীৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। পাৰিয়ে মহাৰাষ্ট্ৰৰ পুণে আৰু সাতাৰা জিলাত হোৱা এনে ঘটনাৰ এক প্ৰতিবেদন প্ৰস্তুত কৰিছে

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।