যাভাতমালত-অসন্তুষ্টি-আৰু-শংকা

Yavatmal, Maharashtra

May 04, 2018

যাভাতমালত অসন্তুষ্টি আৰু শংকা

এইবাৰ কীটনাশকে প্ৰাণ লোৱা ঘটনাটো অলপ বেলেগঃ অসাৱধানবশতঃ উশাহত শৰীৰৰ ভিতৰলৈ গৈ হোৱা বিষক্ৰিয়া। বিটি কটন খেতি নষ্ট আৰু পুনৰ গোলপীয়া ৰঙৰ ব'লৱৰ্ম নামৰ কীটবিধৰ উপদ্ৰপে বিধৰ্ভাৰ সমস্যা জটিলতৰ কৰিছে।

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jaideep Hardikar

জয়দীপ হাৰ্ডিকাৰ হৈছে নাগপুৰৰ একেধাৰে সাংবাদিক আৰু লিখক, লগতে পৰি(PARI)ৰ ঘনিষ্ঠ টিম মেম্বাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।