বাঁহ-গীতঃ-ছত্তীশগড়ৰ-গৰখীয়া-বাঁহবাদ্যৰ-সুৰ

Balod, Chhattisgarh

Feb 27, 2022

বাঁহ গীতঃ ছত্তীশগড়ৰ গৰখীয়া বাঁহবাদ্যৰ সুৰ

গোৱালা সম্প্ৰদায়ৰ পঞ্চৰাম, বাবুলাল আৰু সহদেৱ যাদৱে এতিয়াও মধ্য ছত্তীশগড়ৰ বালোড় জিলাত বাঁহৰ বাদ্য-গীত পৰিৱেশন কৰে, কিন্তু এই পৰম্পৰাগত বাদ্য যন্ত্ৰ আৰু গীত এতিয়া আৰু জনপ্ৰিয় হৈ থকা নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷