বহু-দিশত-কৃষকৰ-জয়-মিডিয়াৰ-সৰ্বত্ৰে-পৰাজয়

Mumbai, Maharashtra

Nov 21, 2021

বহু দিশত কৃষকৰ জয়, মিডিয়াৰ সৰ্বত্ৰে পৰাজয়

তিনি কৃষি আইন বাতিল হোৱাৰ কাৰণ প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱাৰ দৰে কিছুসংখ্যক কৃষকক ‘পতিয়ন নিওৱাত’ অপাৰগ হোৱাটো নহয়, কম ধতুৱা সংবাদমাধ্যমৰ কত কূট ৰটনাৰ মাজতো ৰ’দ-বৰষুণ-বাধা নেওচি অলৰ-অচৰ হৈ থিয় দিয়া কৃষকৰ ওচৰত চৰকাৰে সেও মনা কাৰণেহে এয়া সম্ভৱ হৈছে

Illustration

Antara Raman

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।