ধুমুহাৰ-গ্ৰাসত-সুন্দৰবন

South 24 Parganas, West Bengal

Mar 12, 2021

ধুমুহাৰ গ্ৰাসত সুন্দৰবন

বানপানী আৰু বা-মাৰলীত মাটি-ভেটি উছন হোৱা আৰু জীৱিকা নিঃশেষ হোৱাৰ পিছত শেহতীয়া কেইটামান বছৰত বহুতেই নিজৰ গাওঁ এৰি গৈছে। তাৰ মাজতে তলাবন্ধৰ মাজভাগত দুই দশকৰ ভিতৰত চতুৰ্থবাৰৰ বাবে বা-মাৰলী আমফানে আকৌ ধ্বংসলীলা চলালে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sovan Daniary

শোভন দানিয়াৰিয়ে সুন্দৰবনৰ শৈক্ষিক ক্ষেত্ৰখনত কাম কৰে। অঞ্চলটোৰ শিক্ষা আৰু জলবায়ু পৰিৱৰ্তন আৰু সেই দুয়োটাৰ মাজৰ সম্পৰ্কৰ দিশ দাঙি ধৰাৰ বাবে আলোকচিত্ৰণত আগ্ৰহী শোভন এগৰাকী ফটোগ্ৰাফাৰ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।