তৰমুজবোৰ-এতিয়া-পচিবলৈ-আৰম্ভ-কৰিছে

Chengalpattu, Tamil Nadu

May 28, 2020

তৰমুজবোৰ এতিয়া পচিবলৈ আৰম্ভ কৰিছে

তামিলনাডুৰ চেংগালাপাট্টু জিলাৰ তৰমুজ খেতিয়কসকল ক’ভিড-১৯ তলাবন্ধৰ ফলত শ’লঠেকত পৰিছে। ক্ৰেতা আৰু পৰিবহনৰ ব্যৱস্থা প্ৰায় নোহোৱা হৈ পৰাৰ বাবে বহুতো খেতিয়কে উৎপাদিত তৰমুজ গেলি-পচি যাবলৈ এৰি দিবলগীয়া হৈছে অথবা একেবাৰে কম দামত বিক্ৰী কৰিবলগীয়া হৈছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sibi Arasu

চিবি আৰাচু বেংগালুৰুৰ এগৰাকী মুক্ত সাংবাদিক। @sibi123

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।