i-feel-imprisoned-at-shambhu-border-as

Patiala District, Punjab

Feb 17, 2024

‘শম্ভু সীমান্তত নিজকে কাৰাৰুদ্ধ যেন লাগিছে’

দিল্লী অভিমুখে যাত্ৰা কৰা শান্তিপূৰ্ণ আৰু নিৰস্ত্ৰ প্ৰতিবাদী কৃষকক ভেটিবলৈ হাৰিয়ানাৰা শম্ভু সীমান্তত বহুওৱা হৈছে বেৰিকেড, নিক্ষেপ কৰা হৈছে কন্দুৱা গেছ, পেলেট আৰু ৱাটাৰ কেনন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vibhu Grover

বিভু গ্ৰোৱৰ দিল্লীৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।