অনন্তপুৰৰ আম্বেদকাৰৰ প্ৰতিমূর্তিত মালা
অন্ধ্রপ্ৰদেশৰ অনন্তপুৰৰ চহৰৰ বেংকৰ দলিত সম্প্রদায়ৰ বেছিয়াৰ এজন আৰু এজন ফুলৰ দোকানীযে বহু বছৰৰ পৰা তেওঁলোকৰ শ্রদ্ধেয নেতাজনৰ প্ৰতিমূর্তিত দৈনিক সতেজ ফলৰ মালা দি আহিছিল

Mumbai, Maharashtra
|SAT, MAY 31, 2025
Author
Translation
অন্ধ্রপ্ৰদেশৰ অনন্তপুৰৰ চহৰৰ বেংকৰ দলিত সম্প্রদায়ৰ বেছিয়াৰ এজন আৰু এজন ফুলৰ দোকানীযে বহু বছৰৰ পৰা তেওঁলোকৰ শ্রদ্ধেয নেতাজনৰ প্ৰতিমূর্তিত দৈনিক সতেজ ফলৰ মালা দি আহিছিল
আম্বেদকাৰ জয়ন্তীত শ্বাহিৰ আত্মাৰাম ছালভেৰ কবিতাৰে শ্ৰোতাক পুৰণি পথ ত্যাগ কৰি বাবাচাহেবে দেখুওৱা পথ অনুসৰণ কৰিবলৈ আহ্বান
নিজৰ ঘৰৰে মানুহৰ দৰে কল্পনাৰে মাজলগাঁৱৰ এগৰাকী মাতৃ আৰু জীয়াৰীয়ে ভীমৰাও আম্বেদকাৰ আৰু ৰমাবাইক লৈ মৰম-চেনেহৰ এটি গীত ৰচিছে
মাৰাঠৱাড়াত ১৯৭০-৮০ৰ দশকৰ নামান্তৰ আন্দোলনক দুৰন্ত গতি দিয়া জুই বৰষা কবি শ্বাহিৰ আত্মাৰাম চালভেৰ জন্মৰ শতবাৰ্ষিকীত তেওঁলৈ এয়া শ্ৰদ্ধাৰ্ঘ্য। আজিও দলিত অধিকাৰৰ সংগ্ৰামত তেওঁৰ কবিতা অতিকৈ প্ৰাসংগিক
মহাত্মা ফুলেৰ শিষ্য মুক্তা চালভেয়ে ১৮৮৫তে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰাৰ দৰে কাদুবাই খাৰাটে বাবাচাহেবৰ দীক্ষাক সৰোগত কৰি আজিৰ তাৰিখত তেওঁৰ গীত আৰু একতাৰীৰে মাত মাতিছে
বাবাচাহেব আম্বেদকাৰৰ জন্মবাৰ্ষিকী উপলক্ষে শ্বাহিৰ দাদু চালভেয়ে আম্বেদকাৰ আন্দোলনত তেওঁৰ সংগীতৰ অৰিহণাৰ বিষয়ে কৈছে। বাবাচাহেবৰ দেহাৱসানৰ বহু দশকৰ পিছত তেওঁৰ দৰে শিল্পীয়ে জাত-পাত বিৰোধী আন্দোলনত সাৰ-পানী যোগাইছিল আৰু মহাৰাষ্ট্ৰৰ অতি ভিতৰুৱা অঞ্চললৈ সেই আন্দোলনৰ ঢৌ বিয়পাইছিল
মুম্বাইৰ ধাৰাৱীত ড০ বি. আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীৰ দিনা তামিল বাসিন্দাৰ কিছু সংখ্যক লোকৰ এটা গোট একত্ৰিত হয় আৰু তেওঁৰ কাম তথা শিক্ষাৰ বিষয়ে সজাগতা বিয়পায়
পোন্ধৰ আগষ্টৰ দিনা পাৰিয়ে আপোনালোকলৈ আগবঢ়াইছে শোভাৰাম গেহেৰৱাৰৰ কাহিনী, যিগৰাকী মুক্তিযুঁজাৰুৱে ব্ৰিটিছৰ গুলি খাইছিল আৰু স্বাধীনতা আন্দোলনত আহত হৈছিল। নিজকে গান্ধীবাদী বুলি কোৱা ৰাজস্থানৰ দলিত সম্প্ৰদায়ৰ শোভাৰামৰ বয়স এতিয়া ৯৮ বছৰ। তেওঁ আম্বেদকাৰৰ এজন আপোচবিহীন প্ৰশংসক আৰু আত্মগোপনকাৰী বিদ্ৰোহী গোটৰ এজন সদস্য। ২০২২ত পেংগুইনে প্ৰকাশ কৰা পি. সাইনাথৰ ‘দা লাষ্ট হিৰ’জ, ফুট চ’লজাৰ্চ অৱ ইণ্ডিয়াজ ফ্ৰীডম’ৰ এয়া এক উদ্ধৃত অংশ
মাতংগ সম্প্ৰদায়ৰ কণমানি ছোৱালীজনীয়ে মাক-দেউতাকৰ লগত মহাৰাষ্ট্ৰৰ গাওঁবোৰত গান গাই গাই ফুৰিছিল, পিছলৈ তেঁৱেই হৈ পৰে বিপ্লৱী শ্বাহিৰ। সৰু ঘাত বাদ্য দিমাদি বজোৱা আৰু ভীম গীত গাই তেওঁ বাবাচাহেবৰ বাৰ্তা বিলাই ফুৰে। ১৪ এপ্ৰিলৰ দিনা আম্বেদকাৰ জয়ন্তী উপলক্ষে তেওঁৰ কাহিনী
Want to republish this article? Please write to [email protected] with a cc to [email protected]
All donors will be entitled to tax exemptions under Section-80G of the Income Tax Act. Please double check your email address before submitting.
PARI - People's Archive of Rural India
ruralindiaonline.org
https://ruralindiaonline.org/articles/dr-b-r-ambedkar-mp-as