যিমানেই-সেৱা-নকৰো-কিয়-মন-ভৰি-নাহে

West Delhi, National Capital Territory of Delhi

Dec 12, 2021

‘যিমানেই সেৱা নকৰো কিয়, মন ভৰি নাহে’

মাহৰ পিছত মাহ ধৰি সিংঘু আৰু টিক্ৰি সীমান্তত প্ৰতিবাদী কৃষকলৈ সেৱা আগবঢ়াই অহা মোহিনী কৌৰ আৰু সাক্ষী পান্নুৱে দিল্লী সীমান্তৰ পৰা ঘৰলৈ উভতা কৃষকৰ আনন্দত যোগ দিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Namita Waikar

নমিতা ৱায়কাৰ এগৰাকী লিখক, অনুবাদক আৰু পাৰিৰ ব্যৱস্থাপনা সম্পাদক। তেওঁ এটা ৰসায়ন বিজ্ঞান ডাটাবেছৰ অংশীদাৰ আৰু এগৰাকী জৈৱৰসায়নবিদ তথা চফটৱেৰ প্ৰকল্প প্ৰৱন্ধক হিচাপেও কাম কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।