theres-always-someone-asking-for-a-charpai-as

Hisar, Haryana

Nov 05, 2024

‘কোনোবা নহয় কোনোবাই চাৰপাই বিচাৰি ফোন কৰেই’

ভগত ৰাম যাদৱে হাৰিয়ানাৰ নিজ গাঁৱত চাৰপাই আৰু পীড্ডা বনোৱা কাম কৰে। তেওঁ বনোৱা মজবুত চাৰপাই-পীড্ডা গোটেই দেশ ভ্ৰমিছে, দিল্লী-হাৰিয়ানা সীমান্তত কৃষকে কৰা বছৰজোৰা প্ৰতিবাদী কাৰ্য্যসূচীৰো অংশ আছিল সেই চাৰপাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Photographs

Naveen Macro

নবীন মেক্ৰো দিল্লীৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা তথা ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।