periods-of-hell-in-bhamragad-as

Gadchiroli, Maharashtra

Nov 09, 2023

ভামৰাগড়ত একাষৰীয়া হৈ পৰে মহিলা

মহাৰাষ্ট্ৰৰ গাড়চিৰোলি জিলাৰ মাড়িয়া সম্প্ৰদায়ৰ মহিলাই ঋতুস্ৰাৱৰ সময়ত ঘৰৰ বাহিৰত থাকিবলগীয়া হয়। জৰাজীৰ্ণ অস্বাস্থ্যকৰ এই ঘৰক ‘কুৰ্মা ঘৰ’ বুলি কোৱা হয়, ই কেৱল তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যতেই নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়

Author

Jyoti

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।