patnas-kite-makers-caught-in-a-crosswind-as

Patna, Bihar

Jul 24, 2024

বিপাঙত চিলা সজা শিল্পী: চিলা উৰুওৱাবলৈ মানুহৰ আহৰি নাই

চিলা সজা কামটো বৰ জটিল, সাতটা ঢাপত কাম কৰাৰ পিছতহে চিলা এখন হৈ উঠে, য’ত প্ৰয়োজন হয় দক্ষতা আৰু বিভিন্ন সামগ্ৰীৰ। বিহাৰৰ ৰাজধানী চহৰখন তিলাংগি মানে চিলাৰ প্ৰমুখ যোগান ধৰোঁতা। এই চহৰৰ চিলাৰ বিশেষ এক পৰিচয় আছে যদিও চিলা উৰুওৱা খেলবিধ আজিকালি নাইকিয়া হ’ব ধৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ali Fraz Rezvi

আলি ফ্ৰেজ ৰেজৱি এগৰাকী মুক্ত সাংবাদিক আৰু নাটশালাৰ শিল্পী। তেওঁ ২০২৩ৰ এগৰাকী পাৰি-এমএমএফ ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।