kids-in-drass-we-dont-have-no-education-as

Kargil, Ladakh, Jammu and Kashmir

Nov 14, 2023

ওখ পৰ্বতত প্ৰব্ৰজিত শিশুৰ শিক্ষাৰ কোনো ব্যৱস্থা নাই

জম্মু-কাশ্মীৰখন ২০১৯ চনত বিভাজন হোৱাৰ পিছৰে পৰা জম্মু-কাশ্মীৰৰ পৰা লাডাখলৈ (বৰ্তমান দুটা পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল) প্ৰব্ৰজন কৰা যাযাবৰী পশুপালকৰ সন্তানসকল চৰকাৰী ৰঙাফিটাৰ মেৰপেচত পৰি স্কুলীয়া ব্যৱস্থাৰ পৰা বঞ্চিত হৈছে, শিশু দিৱস উপলক্ষে এয়া তেওঁলোকৰ কাহিনী

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Muzamil Bhat

মুজামিল ভাট শ্ৰীনগৰৰ এগৰাকী মুক্ত ফটো-সাংবাদিক আৰি চলচ্চিত্ৰ নিৰ্মাতা, ২০২২ৰ তেওঁ পাৰি ফেল’ আছিল।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।