in-punjab-holidays-spent-labouring-in-the-fields-as

Sri Muktsar Sahib District, Punjab

Dec 09, 2023

পাঞ্জাৱত গ্ৰীষ্মকালীন ছুটীত চোকা ৰ’দত পথাৰত নামে দলিত শিক্ষাৰ্থী

খুন্দে হলালৰ ভূমিহীন দলিতৰ শিশুৱে স্কুল নথকা দিনত খেতিপথাৰত দিনহাজিৰা কৰে। সিহঁতে সেই যৎসামান্য উপাৰ্জনখিনিৰে সিহঁতে ঘৰখন চলাত সহায় কৰে, নাইবা স্কুলৰ প্ৰয়োজনীয় সামগ্ৰী কিনে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।