in-maharashtra-anganwadi-workers-go-on-strike-as

Ahmednagar, Maharashtra

Dec 15, 2023

কৰ্ম-মৰ্য্যাদা আৰু স্বীকৃতি বিচাৰি ধৰ্মঘটত অংগনবাদী কৰ্মী

সমগ্ৰ মহাৰাষ্ট্ৰত সংহত শিশুকল্যাণ প্ৰকল্প চমুকৈ আই.চি.ডি.এছ.ৰ অধীনত স্বাস্থ্য, পুষ্টি আৰু শিশুশিক্ষা বিষয়ক কাম-কাজ তৃণমূল পৰ্য্যায়ত ৰূপায়ণ কৰি অহা দুই লাখ মহিলা কৰ্মীয়ে তেওঁলোকক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি, বেতন বৃদ্ধি তথা পেঞ্চনৰ দাবীৰে আন্দোলনত নামি পৰিছে

Author

Jyoti

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।