amma-gets-angry-and-goes-away-to-the-sea-as

Chengalpattu, Tamil Nadu

Mar 12, 2024

‘খং উঠিলে আম্মা সাগৰলৈ গুছি যায়’

তামিল তিথি অনুযায়ী মাসি মাহত ইৰুলাৰ জনজাতিৰ লোকসকলে চেন্নাইৰ দাঁতিকাষৰীয়া মামল্লাপুৰমৰ উপকূল অঞ্চলত গোট খায় আৰু কানিয়াম্মা দেৱীক তুষ্ট কৰি ঘৰলৈ উভতাই আনিবলৈ পূজা-অৰ্চনা কৰে। সাগৰতীৰত পুৰোহিতে বহুতৰ বিবাহ সম্পন্ন কৰে আৰু সন্তানৰ নামাকৰণ কৰে, জাউৰিয়ে জাউৰিয়ে আশীৰ্বাদ দিয়ে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Smitha Tumuluru

স্মিতা টুমুলুৰু বাংগালুৰুৰ এগৰাকী ডকুমেণ্টৰী ফটোগ্ৰাফাৰ। তামিলনাডুৰ উন্নয়ন প্ৰকল্পক লৈ কৰা তেওঁৰ পূৰ্বৰ কামে গ্ৰাম্য জীৱন বিষয়ক সাংবাদিকতাত তেঁও কিমান সংবেদনশীল সেয়া স্পষ্ট কৰি তোলে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।