মানুহে-কৈছিল-মই-তেজে-তুমৰলি-হৈ-পৰিছিলো

Sonipat, Haryana

Jun 30, 2021

মানুহে কৈছিল মই তেজে তুমৰলি হৈ পৰিছিলো...

সত্তৰ বছৰীয়া চৰ্দাৰ সন্তোখ সিঙে ২৭ নবেম্বৰত পাঞ্জাৱৰ নিজ গাঁৱৰপৰা সিংঘু আহি পোৱাৰ দিনাই কন্দুৱা গেছৰ খোলাৰ আঘাতত আহত হৈছিল- অৱশ্যে প্ৰচণ্ড আঘাত স্বতেও তেওঁ প্ৰতিবাদস্থলীত সাহসেৰে অবিচল হৈ থিয় দিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kanika Gupta

কণিকা গুপ্তা দিল্লীৰ এগৰকী মুক্ত সাংবাদিক আৰু ফটোগ্ৰাফাৰ।

Translator

Tridib Nilim Dutta

ত্ৰিদীৱ নীলিম দত্ত মুম্বাইস্থিত এগৰাকী মুক্ত সাংবাদিক, লিখক আৰু ভাষা বিশেষজ্ঞ। ২০১৬ আৰু ২০১৭ত ইউনিচেফৰ মিডিয়া ফেল’শ্বিপ লাভ কৰা দত্ত মানৱধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতাত আগ্ৰহী।