প্ৰচণ্ড-আঘাতৰ-পিচতো-শিৰ-অবনত-নকৰা-সুনন্দা-সাহুৰ-নীৰৱ-সংগ্ৰাম

Dhenkanal, Odisha

Jan 10, 2019

প্ৰচণ্ড আঘাতৰ পিচতো শিৰ অবনত নকৰা সুনন্দা সাহুৰ নীৰৱ সংগ্ৰাম

সুনন্দাৰ অপৰাধ দুটা- প্ৰেমৰ আদিম পাপ আৰু উৰিষ্যাৰ ধেনকানাল জিলাৰ নিহাল প্ৰসাদ গাঁৱত থকা পৰিয়ালৰ ভূসম্পত্তিৰ ন্যায্য অংশীদাৰিত্বৰ দাবী। ইযাৰ বাবে তেঁও ভয়াৱহ পৰিণতিৰ মুখামুখি হ'ব লগা হ'ল।

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Puja Awasthi

পুজা অৱস্থি এগৰাকী মুক্ত ছপা আৰু অনলাইন সাংবাদিক তথা লক্ষ্মৌৰ উচ্চাকাংক্ষী ফটোগ্ৰাফাৰ। তেওঁ যোগাভ্যাস, ভ্ৰমণ আৰু হাতেসজা বস্তু ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।