পাঞ্জাৱত-মাণ্ডি-অবিহনে-জীয়াই-থকা-মস্কিল

Sangrur, Punjab

Oct 25, 2021

পাঞ্জাৱত মাণ্ডি অবিহনে জীয়াই থকা মস্কিল

পাঞ্জাৱত ৰাজ্যজুৰি বিয়পি থকা মাণ্ডিৰ বিশাল নেটৱৰ্কে এমএচপি আৰু আন সুবিধা প্ৰদানৰ লগতে কৃষকক সুৰক্ষা দি আহিছে আৰু নতুন আইনকেইখনে এই সুৰক্ষা কবচ ভেদ কৰিব বুলি কৃষকসকল আজি শংকিত

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Novita Singh

নবিতা সিং পাঞ্জাৱৰ পাটিয়ালাৰ এগৰাকী মুক্ত চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ যোৱা এটা বছৰ ধৰি তথ্যচিত্ৰ এখনৰ কাৰণে কৃষকৰ প্ৰতিবাদী কাৰ্য্যসূচী কাভাৰ কৰি আহিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।