ধাৰাৱীত-ভীম-জয়ন্তী-উদযাপন

Mumbai, Maharashtra

May 04, 2023

ধাৰাৱীত ভীম জয়ন্তী উদযাপন

মুম্বাইৰ ধাৰাৱীত ড০ বি. আৰ. আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকীৰ দিনা তামিল বাসিন্দাৰ কিছু সংখ্যক লোকৰ এটা গোট একত্ৰিত হয় আৰু তেওঁৰ কাম তথা শিক্ষাৰ বিষয়ে সজাগতা বিয়পায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Ablaz Mohammed Schemnad

আলবাজ মোহম্মদ ছেমনাড হায়দৰাবাদৰ টাটা ইনষ্টিটিউট অব্ ছ’চিয়েল ছায়েঞ্চ প্ৰতিষ্ঠানৰ ডেভেলপমেণ্ট ষ্টাডীজৰ স্নাতকোত্তৰ শিক্ষাৰ্থী। তেওঁ ২০২২ চনত পিপলছ আৰ্কাইভ অব্ ৰুৰেল ইণ্ডিয়াৰ সৈতে তেওঁৰ ইন্টাৰ্ণশ্বিপৰ সময়ত এই প্ৰতিবেদনটো কৰিছিল।

Editor

Riya Behl

ৰিয়া বেহল এগৰাকী মাল্টিমিডিয়া সাংবাদিক। তেওঁ লিংগ আৰু শিক্ষা বিষয়ক প্ৰতিবেদন যুগুতায়। পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়া‌ চমুকৈ পাৰিৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক হিচাপে তেওঁ শিক্ষাকৰ্মীৰ সৈতে লগ লাগি শিক্ষাৰ্থীৰ মাধ্যমেৰে পাৰিক শ্ৰেণীকোঠালৈ লৈ যোৱাৰ কাম কৰিছিল।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷