ক্ষীণ-আশা-লৈ-নিশ্চয়তাবিহীন-কামত-নিয়োজিত-এজাক-লোক

May 02, 2023

ক্ষীণ আশা লৈ নিশ্চয়তাবিহীন কামত নিয়োজিত এজাক লোক

দিনহাজিৰা কৰা শ্ৰমিকে এপ-ভিত্তিক প্লেটফৰ্মবোৰৰ সৈতে জৰিত হ’বলৈ ধৰিছে, যিবোৰ প্লেটফৰ্মে প্ৰায়ে শ্ৰমিকৰ মৌলিক অধিকাৰ খৰ্ব কৰি আহিছে। আজি, ১ মে’ৰ দিনটোত বিশ্ব শ্ৰমিক দিৱস হিচাপে উদযাপিত হোৱাৰ সময়তে পাৰিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকৰ সৈতে কথা পাতিছে

Author

PARI Team

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Team

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।