কেৱল-কৃষকেই-নহয়-কৃষি-শ্ৰমিকৰো-এই-সংগ্ৰাম

West Delhi, National Capital Territory of Delhi

Jun 30, 2021

‘কেৱল কৃষকেই নহয়, কৃষি শ্ৰমিকৰো এই সংগ্ৰাম’

দিল্লী সীমান্তৰ প্ৰতিবাদকাৰীসকলৰ মাজৰ ৰেশম কৌৰ আৰু বীণ্ট কৌৰে দঢ়াই কয় যে শেহতীয়া কৃষি আইনকেইখনে কেৱল কৃষক বা তেওঁলোকৰ পৰিয়ালৰ ওপৰতে নেতিবাচক প্ৰভাৱ নেপেলায়, অগণন কৃষি শ্ৰমিকৰ জীৱিকা আৰু খাদ্য সুৰক্ষাও অন্ধকাৰাচ্ছন্ন কৰি তুলিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanskriti Talwar

সংস্কৃতি তলৱাৰ নতুন দিল্লীৰ এগৰাকী মুক্ত সাংবাদিক আৰু ২০২৩ৰ পাৰি এম.এম.এফ. ফেল’।

Translator

Raktim Baruah

গুৱাহাটীস্থিত সাংবাদিক আৰু অনুবাদক ৷ তিনিখন দৈনিকত ১১ বছৰ সক্ৰিয় সাংবাদিকতা কৰাৰ অভিজ্ঞতাসম্পন্ন ৷