কৃষক-কাবাল-সিং-আৰু-এডাল-লৌহ-শৃংখল

Sonipat, Haryana

Jun 30, 2021

কৃষক কাবাল সিং আৰু এডাল লৌহ শৃংখল

দিল্লী-হাৰিয়ানা সীমান্তৰ সিংঘুত এগৰাকী কৃষকে তেওঁ কৃষি আইনকেইখনৰ কিয় বিৰোধিতা কৰে - আৰু তেওঁ কিয় পাঁচ কিলোগ্ৰাম ওজনৰ শিকলিৰে নিজকে বান্ধি প্ৰতিবাদ ক্ষেত্ৰৰ চাৰিওফালে খোজকাঢ়ি ফুৰে, সেইয়া বৰ্ণনা কৰিছে

Translator

Bonya Baruah

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Translator

Bonya Baruah

বন্যা বৰুৱা মুম্বাইস্থিত এগৰাকী ফ্ৰিলান্স সাংবাদিক আৰু লেংগুৱেজ এক্সপাৰ্ট। তেওঁ ইউনিচেফ মিডিয়া ফেল’শ্বিপ, জুবান-ছাছাকাৱা পিচ্চ ফেল’শ্বিপ, অসম চৰকাৰৰ মিডিয়া ফেল’শ্বিপ আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ফেল’শ্বিপ লাভ কৰিছে। তেওঁৰ পচন্দৰ ক্ষেত্ৰসমূহ হ’ল মহিলা, পৰিৱেশ, মানৱ অধিকাৰ আৰু উন্নয়নমূলক সাংবাদিকতা।