as-voting-nears-its-payback-time-in-punjab-as

Faridkot, Punjab

May 26, 2024

ভোটদানৰ দিন চমু চাপি অহা মানে এতিয়া পাঞ্জাৱৰ প্ৰতিদানৰ পাল

তিনিটা গ্ৰীষ্মৰ আগৰ কথা, প্ৰতিবাদী কৃষকক দিল্লী প্ৰৱেশত চৰকাৰে দিয়া বাধাই নিষ্ঠুৰতাৰ সীমা চেৰাই গৈছিল, সেই দৃশ্যবোৰ সমগ্ৰ দেশে চাই ৰৈছিল। এতিয়া পাঞ্জাৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কৰ্মীক কৃষক সমাজে তাৰেই প্ৰত্যুত্তৰ দিছে, অৱশ্যে অহিংস পদ্ধতিৰে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vishav Bharti

বিষৱ ভাৰতী চণ্ডীগড়ৰ এগৰাকী সাংবাদিক, তেওঁ যোৱা দুটা দশক ধৰি পাঞ্জাৱৰ কৃষি সংকট আৰু কৃষকৰ প্ৰতিৰোধৰ ধাৰা লিপিবদ্ধ কৰি আহিছে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।