জাম্বালিৰ-পঁজাশিল্প

Kolhapur, Maharashtra

May 04, 2023

জাম্বালিৰ পঁজাশিল্প

গছৰ ঠানি, বাঁহ আৰু খেৰেৰে জুপুৰি এটা সাজিবলৈ স্থানীয় আদৱ-কায়দা জনাৰ লগতে বহনক্ষম পদ্ধতিৰ গভীৰ জ্ঞানৰো প্ৰয়োজন। মহাৰাষ্ট্ৰৰ কৃষক বিষ্ণু আৰু নাৰায়ণে তেওঁলোকৰ এই কৌশল ব্যৱহাৰ কৰি জুপুৰি এটা সাজি দেখুৱাইছে

Photo Editor

Sinchita Parbat

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Photo Editor

Sinchita Parbat

সিঞ্চিতা পৰ্বত পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী জ্যেষ্ঠ ভিডিঅ’ সম্পাদক আৰু এগৰাকী স্বতন্ত্ৰ আলোকচিত্ৰশিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা। তেওঁৰ পূৰ্বৰ প্ৰতিবেদনসমূহ সিঞ্চিতা মাঝি বুলি পাৰিত প্ৰকাশিত হৈছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।