সিংঘুত-পাল-পাতি-কৃষকৰ-আন্দোলন

Sonipat, Haryana

Sep 27, 2021

সিংঘুত পাল পাতি কৃষকৰ আন্দোলন

হাৰিয়ানা-দিল্লী সীমান্তত ভালেকেইসপ্তাহ ধৰি প্ৰতিবাদ কৰি গ’লেও নিজৰ শস্যভূমি তেওঁলোকে উপেক্ষা কৰিব নোৱাৰে, সেয়ে তেওঁলোকে উপায় বিচাৰি লৈছে- কেইজনমানে ঘৰলৈ কমদিনৰ বাবে যোৱাৰ সময়ত আন কেইজনমানে সিংঘুত তেওঁলোকৰ ঠাই লয় আৰু প্ৰতিবাদ অব্যাহত ৰাখে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Chitrani Sonowal

মেঘালয়ৰ শ্বিলংস্থিত নৰ্থ-ইষ্টাৰ্ণ হিল ইউনিভাৰ্ছিটিৰ পৰা লোকসংস্কৃতিৰ ডক্টৰেট ডিগ্ৰীধাৰী চিত্ৰানী সোনোৱাল এগৰাকী স্বতন্ত্ৰ গৱেষক৷ তেওঁক এইটো ঠিকনাত ইমেইল কৰিব পাৰিবঃ [email protected]