এক-সামগ্ৰিক-বিফলতাই-কৈ-দিছিল-তাই-নাবাচে

Nuapada, Odisha

Mar 18, 2022

এক সামগ্ৰিক বিফলতাই কৈ দিছিল, তাই নাবাচে

তুলচা সবৰৰ আকস্মিক মৃত্যু, তাইৰ পৰিয়ালৰ ঋণৰ বোজা আৰু ইটাৰ ভাতীত কামলৈ বুলি ওড়িশাৰ পৰা পৰিয়ালটোৰ প্ৰব্ৰজনে দেশখনৰ দৰিদ্ৰ জিলাবোৰৰ এক সামগ্ৰিক ব্যৱস্থাগত বিফলতাৰ স্বৰূপ দাঙি ধৰে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Purusottam Thakur

পুৰুষোত্তম ঠাকুৰ ২০১৫ৰ এগৰাকী পাৰি ফেলো। তেওঁ এগৰাকী সাংবাদিক আৰু তথ্যচিত্ৰ নিৰ্মাতা। বৰ্তমান তেওঁ আজীম প্ৰেমজী ফাউণ্ডেছনত কৰ্মৰত আৰু সামাজিক পৰিৱৰ্তনৰ হেতু লিখা-মেলা কৰে।

Author

Ajit Panda

অজিত পাণ্ডা ওড়িশাৰ খেৰিয়াৰ চহৰৰ বাসিন্দা। তেওঁ ‘দা পায়নিয়াৰ’ৰ ভুৱনেশ্বৰ সংস্কৰণৰ নুৱাপাৰা জিলাৰ প্ৰতিবেদক। বহনক্ষম কৃষি, আদিবাসীসকলৰ ভূমি আৰু বন অধিকাৰ, লোকগীত আৰু লোক উৎসৱ আদিৰ ওপৰত বিভিন্ন কাকত-আলোচনীত তেওঁৰ ভালেমান লিখনী প্ৰকাশ পাইছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।