row-row-row-your-boat-as

New Delhi, Delhi

Jan 11, 2025

নাও বাই যোৱা নাৱৰীয়া

এতিয়া আৰু যমুনা নদীত ডেকা ঘাটুৱৈ হয়তো আপুনি নেদেখিব, পেটৰ তাড়নাত বহুতেই এই পৰম্পৰাগত জীৱিকা এৰি চহৰলৈ ঢাপলি মেলিছে, কিন্তু তাৰে মাজতে ব্যতিক্ৰম এইজন গণেশ পণ্ডিত

Editor

PARI Desk

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shalini Singh

শালিনী সিং পাৰিৰ প্ৰকাশক কাউণ্টাৰমিডিয়া ট্ৰাষ্টৰ এগৰাকী প্ৰতিষ্ঠাপক ন্যাসৰক্ষী। দিল্লীৰ এগৰাকী সাংবাদিক শালিনীয়ে পৰিৱেশ, লিংগ, সংস্কৃতিৰ ওপৰত লিখে আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ২০১৭-১৮ৰ সাংবাদিকতাৰ নিয়েমন ফেল’ আছিল।

Editor

PARI Desk

পাৰি ডেস্ক আমাৰ সম্পাদকীয় কাম-কাজৰ ধমনীস্বৰূপ। গোটটোৱে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিবেদক, গৱেষক, আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদকৰ সৈতে কাম কৰে। পাৰিয়ে প্ৰকাশ কৰা টেক্সট্, ভিডিঅ’, অডিঅ’ আৰু গৱেষণামূলক প্ৰতিবেদন প্ৰকাশ আৰু ব্যৱস্থাপনা কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।