ৰতন-বিশ্বাস-আৰু-বাঁহ-বোজাই-কৰা-তেঁওৰ-চাইকেলখন

West Tripura, Tripura

Jan 07, 2019

ৰতন বিশ্বাস আৰু বাঁহ বোজাই কৰা তেঁওৰ চাইকেলখন

ৰতন বিশ্বাসে ২০০ কিলোগ্ৰাম ওজনৰ পাঁচডাল বাঁহ বোজাই কৰি ১৭ কিলোমিটাৰ পথ চাইকেলখন ঠেলি লৈ গৈ আছে।

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।